ভাৰতত Kia Seltos ৰ বিশেষ সংস্কৰণৰ মুকলি

seltos exterior left side view

◆ দেশত উৎসৱৰ বতৰতে Kia Seltosয়ে HTX Variant ৰ ওপৰত আধাৰিত এক বিশেষ সংস্কৰণৰ গাড়ী মুকলি কৰে ।
◆ এই মডেলৰ গাড়ীখনৰ মূল্য আৰম্ভ হয় ১৩.৭৫ লাখৰ পৰা ।
বিশেষত্ব:
◆ ইঞ্জিন – 1.5 পেট্ৰল ইঞ্জিন যুক্ত ।
◆ পাৱাৰ- 113 bhp@6300 rpm.
◆ ইয়াৰ উপৰিও manual Transmission, Apple Carplay ৰ স’তে Touchscreen system, Anroid Auto ৰ ব্যৱস্থা আছে।
◆ seltosৰ এই বিশেষ সংস্কৰণৰ গাড়ীখন বিশেষকৈ চাৰিটা ৰঙত উপলব্ধ হ’ব । এটা Monotone aurora black perl, aurora Black perl ৰ স’তে glacier white perl, aurora Black Perl ৰ স’তে steel silver আৰু aurora black perl ৰ স’তে gravity grey.

Exit mobile version