কৰ’নাত আক্ৰান্ত পশ্চিমবংগৰ বিজেপি সভাপতি দিলীপ ঘোষ

WhatsApp Image 2020 10 17 at 7.28.39 PM

কৰ’নাত আক্ৰান্ত হৈছে পশ্চিমবংগৰ বিজেপি সভাপতি দিলীপ ঘোষ ৷

ইয়াৰ পাছতে চিকিৎসালয়ত ভৰ্তি কৰা হয় ঘোষক।

বৰ্তমান তেওঁৰ চিকিৎসা চলাই থকা বুলি সদৰী কৰিছে চিকিৎসকে।

অৱশ্যে ঘোষৰ স্বাস্থ্য বৰ্তমান সুস্থিৰ বুলি জনাইছে চিকিৎসকে ৷

উল্লেখ্য যে, যোৱা দুদিনমানৰ পৰা অসুস্থ হৈ আছিল ঘোষ

Exit mobile version