উৎসৱৰ সময়তে ৰেন’ ইণ্ডিয়াই আগবঢ়াইছে ৭০ হেজাৰ পর্যন্ত অফাৰ

WhatsApp Image 2020 10 18 at 5.51.08 PM

 

◆ উৎসৱৰ বতৰতে ৰেন’ ইণ্ডিয়াই আগবঢ়াইছে আকৰ্ষণীয় অফাৰ ।
◆ ফ্ৰান্স গাড়ীনিৰ্মাতাই কুইড, ডাষ্টাৰ আৰু ত্ৰিবাৰ গাড়ীৰ ক্ষেত্ৰত ৭০ হেজাৰ পর্যন্ত অফাৰ আগবঢ়াইছে।
◆ আগ্ৰহী গ্ৰাহকসকলে অক্টোবৰ মাহত এই অফাৰৰ জৰিয়তে ক্ৰয় কৰিব পাৰিব ৰেন’ৰ গাড়ী ।
◆ ৩১ অক্টোবৰ পর্যন্ত থাকিব এই অফাৰ।
◆ ৰেন’ কুইড গাড়ীখনৰ মূল্য আৰম্ভ হৈছে প্ৰায় ৩ লাখৰ পৰা।
◆ ৰেন’ ত্ৰিবাৰ গাড়ীখনৰ মূল্য আৰম্ভ হৈছে ৫.১২ লাখৰ পৰা ।
◆ ৰেন’ ডাষ্টাৰ গাড়ীখনৰ মূল্য আৰম্ভ হৈছে ৮.৫৯ লাখৰ পৰা ।

Exit mobile version