চলিত বৰ্ষৰ তিনি নবেম্বৰত হ’ব লগীয়া ৰাষ্ট্ৰপতি নিৰ্বাচনৰ কাৰণে ড’নাল্ড ট্ৰাম্প আৰু জ’ বাইডেন ।এই সময়তে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সমৰ্থকসকলে ডিবেট কমিশ্যনক লক্ষ্য হিচাপে লৈছে ।আনহাতে ট্ৰাম্পৰ প্ৰচাৰ সম্পাদক বিল ষ্টেপাইনে ২২অক্টোবৰত ডিবেট কমিশ্যনক এখন পত্ৰ লিখে।
ADVERTISEMENT
এই পত্ৰত ২২ অক্টোবৰত হ’ব লগা ডিবেটক লৈ অভিযোগ কৰা হৈছে যে ডিবেট কমিশ্যনে জ’ বাইডেনক সহায় কৰিব বিচাৰিছে ৷
লগতে বিল ষ্টেপাইনে অভিযোগ কৰে যে ডিবেট কমিশ্যনে বাইডেনক সহায় কৰিব বিচাৰিছে ৷যাৰ কাৰণে ডিবেট ছিজনটো অসফল হ’ল। বিলে লিখিত ভাৱে জনাই যে নিৰ্বাচনী প্ৰচাৰৰ অখণ্ডতা,আমেৰিকাৰ লোকসকলৰ সৰ্বাঙ্গীণ উন্নতিৰ কাৰণে আমি আহ্বান কৰিছো যাতে পুনৰ ২২অক্টোবৰত ডিবেট অনুষ্ঠিত হ’ব লাগে ৷