মই মোৰ আত্মসুখৰ কাৰণে ছ’চিয়েল মিডিয়াৰ কমেন্ট নপঢ়োঃ ৰাজকুমাৰী Meghan

WhatsApp Image 2020 10 21 at 3.57.59 PM

ছ’চিয়েল মিডিয়াত সক্ৰিয় হৈ নাথাকে ব্ৰিটেইনৰ ৰাজকুমাৰ ৰাজকুমাৰ হেৰী আৰু তেওঁৰ পত্নী Meghan ৷সম্প্ৰতি কৰ’নাই বিশ্বৰ জনসাধাৰণৰ মানসিক অৱস্থাত প্ৰভাৱ পেলাইছে। তাৰ প্ৰভাৱ পৰিছে জনজীৱনত ৷গতিকে ছ’চিয়েল মিডিয়াৰ বিভিন্ন কমেণ্টে প্ৰভাৱ পেলাব পাৰে আমাৰ জীৱনত ৷

এক অনুষ্ঠানত ৰাজকুমাৰ হেৰীয়ে কয় যে ’এইয়া বিশ্বত্ৰাস মহামাৰী ৷ইয়াৰ দ্বাৰা জনসাধাৰণৰ স্বাস্থ্যৰ লগতে মানসিক অৱস্থাত যথেষ্ট প্ৰভাৱ পৰিছে ৷গতিকে জনতাৰ মাজত বিষবাস্পসমূহ বেছিকৈ বিয়পি পৰিছে ৷

আনহাতে ৰাজকুমাৰ হেৰীৰ পত্নী Meghan শেহতীয়াকৈ জানিবলৈ দিয়ে যে তেওঁ সকলোবোৰ ব্যক্তিগত একাউণ্ট কিছুবছৰ আগেয়ে বন্ধ কৰি দিয়ে। আৰু নিজৰ জীৱনত যাতে নেতিবাচক প্ৰভাৱ নপৰে Meghan নে কোনো কাৰণতে কমেন্টসমূহ পঢ়ি নাচায়৷

উল্লেখযোগ্য যে হেৰী আৰু Meghan যে চলিত বৰ্ষত সকলো ৰাজকীয় সা সুবিধা পৰিত্যাগ কৰি কেলিফৰ্ণিয়াত বসবাস কৰিবলৈ লৈছে ৷

Exit mobile version