সুদীৰ্ঘ ৮ মাহৰ পাছত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলি কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে

Kaziranga elephant safari

সুদীৰ্ঘ ৮ মাহৰ পাছত পৰ্যটকৰ কাৰণে মুকলি কৰা হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন মুকলি কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে৷লগতে উপস্থিত থাকে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু কেশৱ মহন্ত ।

ক’ভিডৰ কাৰণে ১অক্টোবৰত মুকলি নহ’ল উদ্যানখন ।

সম্প্ৰতি সকলো ক’ভিড প্ৰট’কল মানিহে কাজিৰঙাত প্ৰবেশ কৰিব পাৰিব পৰ্যটকে ৷

লগতে কেৱল জীপ ছাফাৰীহে কৰিব পাৰিব পৰ্যটকে।

Exit mobile version