◆ অৱশেষত ধার্য হ’ল Royal Enfield Meteor 350ৰ বজাৰত মুকলি কৰাৰ দিন ।
◆ এই বৰ্ষৰে ৬ নৱেম্বৰত ভাৰতত মুকলি কৰা হ’ব Royal Enfield Metero 350 ।
◆ Royal Enfield য়ে 650 Twinsৰ পিছত এইখনৰ বৃহৎ মুকলি কৰিছে ।
◆ নতুন প্লেটফর্মত 350 cc ইঞ্জিনৰ স’তে উপলব্ধ হ’ব ।
◆ Meteor 350 তিনিধৰণেৰে বজাৰত উপলব্ধ হ’ব – Fireball, Supernova আৰু Stellar.
◆ ইপিনে, এইখনেৰ মূল্য প্ৰায় ১.৫ লাখ বা ২ লাখৰ ভিতৰত হ’ব বুলি আশা কৰা হৈছে।
অতি সোনকালেই বজাৰত উপলব্ধ হ’ব Royel Enfield Metero 350
