আজি মহাষষ্ঠী ৷ অনাড়ম্বৰপূৰ্ণ পৰিৱেশৰ মাজতে মা দুৰ্গাক আদৰিছে ৰাজ্যবাসীয়ে ৷ বেলবৰণেৰে মা দুৰ্গাক প্ৰতিষ্ঠা কৰা হৈছে। কৰ’নাৰ কাৰণে এইবাৰ ঘট স্থাপন কৰিয়েই অনুষ্ঠিত হৈছে দুৰ্গোৎসৱ । ৰাজ্যৰ লগতে মহানগৰীতো সকলো ক’ভিড প্ৰট’কল মানি অনাড়ম্বৰভাৱে আদৰিছে দুৰ্গতিনাশিনী মা দুৰ্গাক। সম্প্ৰতি সকলোৱে মা দুৰ্গাৰ ওচৰত পূৰ্বৰ পৰিস্থিতি ঘূৰাই আনিবলৈ আৰ্শীবাদ বিচাৰিছে।
আজি মহাষষ্ঠী
-
By publisher

Related Content
Delhi Airport:দিল্লী বিমানবন্দৰত দুই শতাধিক যাত্ৰী থকা ছুইছ বিমানত অগ্নিকাণ্ড
By
publisher
April 26, 2026
Guwahati Press Club:গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত পাঞ্জা চেম্পিয়নশ্বিপ ২০২৬'ৰ সফল সমাপ্তি
By
publisher
April 26, 2026
Uttar Pradesh Firing incident:উত্তৰ প্ৰদেশৰ বুলণ্ডশ্বহৰ খুৰজা নগৰৰ এটা জীমত গুলীচালনাৰ ঘটনা
By
publisher
April 26, 2026
Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পলৈ গুলীচালনা
By
publisher
April 26, 2026