আজি অষ্টমী।এই অষ্টমী উপলক্ষে পৰম্পৰাগত ভাবে দুৰ্গতিনাশিনীৰ ওচৰত আগবঢ়োৱা হব পূজা অৰ্চনা। কিন্তু কৰ’না মহামাৰীৰ বাবে এই বাৰ পূজাস্থলী সমূহত নাই পূৰ্বৰ দৰে ভক্তৰ সমাগম। নাই পূজা মণ্ডপ সমূহত জাকজমকতা। নাই আনন্দ-উল্লাস। ৰাজ্যৰ আন আন ঠাইৰ লগতে ” ধিং নেপালী”গাঁৱটো চৰকাৰী নীতি-নিৰ্দেশনা মানি চলি পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰি অনুষ্ঠুপীয়াকৈ আয়োজন কৰা হৈছে দুৰ্গা পূজা। এই বাৰ ধিং নেপালী গাঁৱৰ পূজাত দেৱীৰ প্ৰতিমাক পিন্ধোৱা হৈছে অসীয়াৰ সাজ-পাৰ। সুন্দৰ ৰূপত নিৰ্মাণ কৰা হৈছে দেৱীৰ প্ৰতিমা সমূহ। যাৰ বাবে এতিয়া ধিং নেপালী গাঁৱৰ পূজা মণ্ডপে দৃষ্টি আকর্ষণ কাঢ়িছে সকলোৰে। প্ৰতিকুলবতৰকো নেওচি আজি অষ্টমী দিনা কভিড প’টকল মানি আৰ্শীষ লবলৈ আহিছে ভক্ত প্ৰাণ ৰাইজ।
ধিঙৰ ঐতিহ্যমণ্ডিত পূজাত প্ৰতিমাক পিন্ধোৱা হল অসমীয়া পাটৰ সাজপাৰ
-
By publisher

- Categories: Assam, Puja, Spirituality
- Tags: AssamDurga Puja
Related Content
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই
By
publisher
May 10, 2026
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৃদ্ধি পাইছে স্বাস্থ্যবান মেছেকাৰ সংখ্যা
By
publisher
May 8, 2026
জলসংকটৰ আশংকা : আঠ ৰাজ্যৰ সবাতোকৈ শোচনীয় অৱস্থা অসমত
By
publisher
May 8, 2026
সৰুপথাৰৰ যুৱকে বনালে ম'বিলত জুলাব পৰা ষ্ট'ভ
By
publisher
May 7, 2026
বছৰ বছৰ ধৰি অবহেলিত ঘগ্ৰাপাৰৰ নিজ বড়িগোগ প্রাথমিক বিদ্যালয় সংলগ্ন পথ
By
publisher
May 7, 2026
মৰণফান্দত পৰিণত হৈছে হাজো-শিঙিমাৰী আমিনগাঁও পথ
By
publisher
May 7, 2026