অসম বিধান সভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই সম্প্ৰতি বিতৰ্কৰ সৃষ্টি হোৱা মিঞা মিউজিয়ামৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া আগবঢ়াই কয় যে, বিজেপি নেতৃত্বাধীন চৰকাৰে বিকাশৰ পৰা নিবনুৱা সমস্যাৰ সমাধানকে ধৰি বহু ক্ষেত্ৰতে বিফল হৈছে । সম্প্ৰতি মিঞা সভ্যতাৰ ওপৰত নতুনকৈ এক বিতৰ্কৰ সৃষ্টি কৰি ৰাজনীতি কৰিব ওলাইছে বিজেপিৰ নেতা সকলে ।
অসম বিধান সভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া
-
By publisher

- Categories: Assam, News
- Tags: AssamDebabrata Saikia
Related Content
তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ'চিয়েল মিডিয়া
By
publisher
April 24, 2026
Bikaji Foods Founder Shiv ratan Agarwal Passes Away:'বিকাজী'ৰ প্রতিষ্ঠাপক শিৱ ৰতন আগৰৱালাৰ দেহাৱসান
By
publisher
April 24, 2026
কেৰালাত তীব্ৰ তাপপ্ৰবাহ: ১১ বজাৰ পৰা তিনি বজালৈ
By
publisher
April 24, 2026
Brutal murder in Digboi:ডিগবৈৰ পানধোৱা গাঁৱত নৃশংস হত্যাকাণ্ড
By
publisher
April 24, 2026
Keralam:বহিঃৰাজ্যত পুনৰ অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু
By
publisher
April 24, 2026
বান-শিলাবৃষ্টিত এটা বর্ষতে অসমত বিনষ্ট ২০ হেজাৰ একৰ ভূমিৰ শস্য
By
publisher
April 24, 2026