Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নিউ বঙাইগাঁৱত ৰে’লৰ ঐতিহাসিক ষ্টীম লোকোমোটিভ ৮০১-বি (১৯২৭) ক পুনৰুজ্জীৱিতকৰণ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ

    ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!

    ৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ

    Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক

    Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 

    Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

    অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Bikaji Foods Founder Shiv ratan Agarwal Passes Away:’বিকাজী’ৰ প্রতিষ্ঠাপক শিৱ ৰতন আগৰৱালাৰ দেহাৱসান

হৃদক্রিয়া বন্ধ হৈ চেন্নাইত শেষ নিশ্বাস ত্যাগ 'ভুজিয়া কিং'গৰাকীৰ 

publisher by publisher
April 24, 2026
in News, National
Reading Time: 1 min read
0
Bikaji Foods Founder Shiv ratan Agarwal Passes Away:’বিকাজী’ৰ প্রতিষ্ঠাপক শিৱ ৰতন আগৰৱালাৰ দেহাৱসান
1
SHARES
6
VIEWS
ShareShareShareShare

Bikaji Foods Founder Shiv ratan Agarwal Passes Away:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-দেশৰ প্ৰখ্যাত ভুজিয়া প্ৰস্তুতকৰণ প্ৰতিষ্ঠান ‘বিকাজী’ৰ প্রতিষ্ঠাপক শিৱ ৰতন আগৰৱালাৰৰ দেহাৱসান ৷ হৃদক্রিয়া বন্ধ হৈ শেষ নিশ্বাস ত্যাগ কৰে ‘ভুজিয়া কিং’ খ্যাত ‘বিকাজী’ৰ মুৰব্বী গৰাকীয়ে ৷মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৫ বছৰ। বৰ্তমান বিকাজী ফুডছ ভাৰতৰ সৰ্ববৃহৎ স্নেকছ ব্ৰেণ্ড। ভাৰতীয় বজাৰত এই ব্ৰেণ্ডৰ যথেষ্ট সমাদৰ আছে। শিৱৰতন আগৰৱালাৰ মৃত্যুৰ লগে লগে ভাৰতৰ এটা স্নেকছ ব্ৰেণ্ডৰ এক যুগৰ অন্ত পৰিল।

ADVERTISEMENT

জানিব পৰা মতে নিজ বাসগৃহত হঠাৎ অসুস্থ হৈ পৰে শিৱৰতন আগৰৱাল। পৰিয়ালৰ লোকে তেওঁক ততাতৈয়াকৈ চেন্নাইৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ ভৰ্তি কৰে। কিন্তু তেওঁক ৰক্ষা কৰিব পৰা নগ’ল। হাস্পাতালতে শেষ নিশ্বাস ত্যাগ কৰে।। শেহতীয়াকৈ তেওঁৰ পত্নীৰ বাইপাছ অস্ত্ৰোপচাৰ কৰা হৈছিল আৰু চিকিৎসকে তেওঁক জিৰণি ল’বলৈ পৰামৰ্শ দিছিল। এই সময়ত শিৱৰতন আগৰৱালাই চেন্নাইত থকাৰ সিদ্ধান্ত লয়।
উল্লেখ্য যে পৰম্পৰাগত ভাৰতীয় জলপানক বিশ্বব্যাপী ব্ৰেণ্ডলৈ ৰূপান্তৰিত কৰাত শিৱৰতন আগৰৱালাৰ ভূমিকা অনস্বীকাৰ্য। বিকাজীক দেশৰ ঘৰুৱা নামলৈ ৰূপান্তৰিত কৰাত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁৰ নেতৃত্বত কোম্পানীটোৱে ৰাজস্থানৰ আঞ্চলিক প্ৰতিষ্ঠানৰ পৰা ভূজিয়া, টেঙা জলপান, মিঠাই আৰু ৰেডি টু ইট সামগ্ৰীৰ বাবে পৰিচিত আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিপ্ৰাপ্ত ব্ৰেণ্ডলৈ বৃদ্ধি পাইছে।

RelatedPosts

ডেৰশৰো অধিক ডিগ্ৰী আহৰণ কৰা এজন অধ্যাপকৰ বিস্ময়কৰ কাহিনী

Indo-Russian Eastern Maritime Corridor Implementation Workshop held in Chennai:চেন্নাইত অনুষ্ঠিত হয় ভাৰত-ৰাছিয়ান পূব সামুদ্রিক কৰিড’ৰৰ কাৰ্যকৰী কৰ্মশালা

LPG : কেন্দ্ৰীয় চৰকাৰৰ পদক্ষেপ

বৃহস্পতিবাৰে বিকাজী ফুডছ ইণ্টাৰনেশ্যনেলে এক বিবৃতিত কয়, “শিৱ ৰতন আগৰৱালে প্রস্তুতিৰ পৰাই কোম্পানীটোৰ চালিকা শক্তি আছিল আৰু ‘বিকাজী’ ব্ৰেণ্ডৰ ভেটি স্থাপন কৰিছিল। তেওঁ আধুনিক ব্যৱসায়িক পদ্ধতিৰ সৈতে প্ৰামাণিক ৰুচিৰ সংমিশ্ৰণেৰে পৰম্পৰাগত বিকানেৰী জলপান ব্যৱসায়ক আন্তৰ্জাতিক স্বীকৃতিপ্ৰাপ্ত বিকাজী ব্ৰেণ্ডলৈ ৰূপান্তৰিত কৰি কোম্পানীটোক সফলতা আৰু প্ৰগতিৰ পথত পৰিচালিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।” কৌশলগত বুদ্ধিমত্তা আৰু দক্ষতাৰে জটিল প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰাৰ ক্ষমতাই আমাৰ কাৰ্য্যকলাপৰ বহনক্ষমতাক যথেষ্ট শক্তিশালী কৰিছে।” ‘হালদিৰাম’ আৰম্ভ হৈছিল ১৯৩৭ চনত, স্বাধীনতাৰ আগতে।

ৰাজস্থানৰ বিকানেৰ চহৰত এখন সৰু দোকান স্থাপন কৰা হৈছিল, যিখন জলপান অৰ্থাৎ নিমকিৰ বাবে বিখ্যাত হৈ পৰিছিল। দোকানীজনৰ নাম গংগাভিষণ আগৰৱালা। তেওঁৰ নাতি শিৱৰতন আগৰৱালা। ১৯৯৩ চনত ৰাজস্থানৰ বিকানেৰত ‘বিকাজী’ ব্ৰেণ্ড আৰম্ভ কৰি অতি কম সময়ৰ ভিতৰতে ভাৰতৰ অন্যতম বৃহৎ জলপান আৰু নামকিন প্ৰস্তুতকাৰী প্ৰতিষ্ঠান হিচাপে গঢ়ি তুলিছিল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Bikaji Foods FounderChennaiShiv ratan Agarwal Passes Away
publisher

publisher

Related Posts

নিউ বঙাইগাঁৱত ৰে’লৰ ঐতিহাসিক ষ্টীম লোকোমোটিভ ৮০১-বি (১৯২৭) ক পুনৰুজ্জীৱিতকৰণ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
News

নিউ বঙাইগাঁৱত ৰে’লৰ ঐতিহাসিক ষ্টীম লোকোমোটিভ ৮০১-বি (১৯২৭) ক পুনৰুজ্জীৱিতকৰণ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ

April 24, 2026
ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!
Assam

ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!

April 24, 2026
৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ
News

৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ

April 24, 2026
Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক
News

Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক

April 24, 2026
Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 
Crime

Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

April 24, 2026
অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া
News

অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

April 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d