Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

অসমত ২৮ শতাংশ লোকৰ হাততহে আধাৰ নম্বৰ

publisher by publisher
October 28, 2020
in Assam, News
Reading Time: 1 min read
0
অসমত ২৮ শতাংশ লোকৰ হাততহে আধাৰ নম্বৰ
1
SHARES
10
VIEWS
ShareShareShareShare

চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হোৱাৰ আশংকাত ভুগিছে বহুতে

ADVERTISEMENT

চৰকাৰৰ বিভিন্ন আঁচনিৰ বাবে প্রয়ােজন হােৱা আধাৰ নম্বৰৰ বাবে সম্প্রতি ৰাজ্যত সৃষ্টি হৈছে অবর্ণনীয় পৰিস্থিতিৰ । দিনটোত এক নির্দিষ্ট সংখ্যক লােকৰহে আধাৰ কার্ড প্রস্তুত কৰাটো সম্ভৱ হৈছে আধাৰ কেন্দ্ৰবােৰৰ । কাৰণ আধাৰ কার্ড প্রস্তুত এক দীঘলীয়া প্রক্রিয়া । তদুপৰি কেন্দ্ৰৰ একাংশ কর্মচাৰীৰ গাফিলতিৰ বাবেও বিভিন্ন স্থানত ইয়াৰ কামৰ গতি যথেষ্ট লেহেমীয়া হৈছে । তাৰ বিপৰীতে আধাৰ নম্বৰ বিচৰা লােকৰ সংখ্যা দিনে দিনে বৃদ্ধি পাইছে । কাৰণ ৰাজ্যৰ তিনি কোটি ৩০ লাখ লােকৰ ভিতৰত প্রায় আঢ়ৈ কোটি লােকৰে এই পর্যন্ত আধাৰ কাৰ্ড নাই ।

RelatedPosts

গণিত-উচ্চ গণিতৰ পৰা দ্রুতপাঠ-আধুনিক ভাৰতীয় ভাষা বিষয়লৈকে সলনি

ইউপিএছচিৰ অসামৰিক সেৱাত বাছনি ৯৫৮ৰ ভিতৰত অসমৰ তিনি

ইৰানৰ সংকটে মাধমাৰ শোধালে অসমৰ চাহ উদ্যোগত, বৃহৎ লোকচানৰ আশংকা

আধাৰ প্ৰস্তুতৰ দায়িত্বত থকা ইউ আই ডি এ আইৰ তথ্য মতে অসমত ২৮ শতাংশ লােকৰ হাততহে বর্তমান আধাৰ নম্বৰ আছে । অথচ বিভিন্ন চৰকাৰী আঁচনিৰ সুবিধা পাবলৈ হ’লে ৰাজ্যৰ ৮০ শতাংশ লােকৰে এই সময়ত আধাৰ নম্বৰ থকাটো বাধ্যতামূলক । ইয়াৰ পৰিপ্ৰেক্ষিতত অহা ডিচেম্বৰৰ ভিতৰত ৰাজ্যত আধাৰ কার্ড নিশ্চিত কৰিবলৈ মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে সংশ্লিষ্ট পক্ষক নির্দেশ দিছে । কাৰণ আগন্তুক বিধানসভা নির্বাচনৰ পূর্বে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে হিতাধিকাৰী ভিত্তিক আঁচনি ৰূপায়ণৰ যি প্রক্রিয়া চলাইছে সেইবােৰত আধাৰ নম্বৰ বাধ্যতামূলক হােৱাটো প্রায় নিশ্চিত ।

সেয়েহে মুখ্যমন্ত্রী নির্দেশ সত্ত্বেও কার্যক্ষেত্ৰত তাৰ ৰূপায়ণ সুদূৰ পৰাহত হৈ থকাটো নিশ্চিত হৈছে । কিয়নাে এই কাম সম্পূর্ণ কৰিবলৈ অসমত পর্যাপ্ত আন্তঃগাঁথনিয়ে নাই। ইউ আই ডি এ আইৰ তথ্য অনুসৰি অসমত ১,২৪৬ টা আধাৰ কেন্দ্র আছে । এইবােৰত এটাকৈ বায়’মেট্রিক তথ্য সংগ্রহৰ বাবে স্কেনাৰ মেচিন আছে। এনে এটা মেচিনৰ জৰিয়তে এদিনত সর্বাধিক ৪০ জন লােকৰহে তথ্য সংগ্রহ কৰাটো সম্ভৱ; কিন্তু সেয়াও কোনাে এটা কেন্দ্রতে সম্ভৱ হৈ  উঠা নাই । কাৰণ এজন লােকৰ সকলাে পৰীক্ষা সম্পন্ন কৰি আধাৰ নম্বৰ পাব পৰা অৱস্থালৈ নিওতে যথেষ্ট সময়ৰ প্ৰয়ােজন হয় ।

বিশেষকৈ বায়’মেট্রিক পৰীক্ষাত অধিক সময় পাৰ হৈ যায় । ফলস্বৰূপে ৪০ৰ পৰিৱর্তে কেন্দ্ৰবােৰত সর্বাধিক ২০ৰ পৰা ৩০ জন লােকৰহে পৰীক্ষা সম্পন্ন হয় । ইউ আই ডি এ আইৰ সূত্ৰই জনায় যে অসমত সকলাে লােকক শীঘ্ৰে আধাৰ নম্বৰ দিব পৰাকৈ তথা মুখ্যমন্ত্ৰীৰ নির্দেশ কার্যকৰী হ’ব পৰাকৈ কমেও তিনি হেজাৰ অতিৰিক্ত বায়’মেট্রিক মেচিনৰ প্রয়ােজন । সংস্থাটোৱে এই বিষয়ে ইতিমধ্যে অসম চৰকাৰক অৱগত কৰিছে। তাৰ ভিত্তিত ৰাজ্য চৰকাৰেও ভাৰতৰ মহাগাণনিকৰ লগত যােগাযােগ কৰিছে যদিও এই পর্যন্ত সেউজ সংকেত লাভ কৰা নাই ।

ইয়াৰ বিপৰীতে আধাৰ কেন্দ্ৰবােৰত সৃষ্টি হৈছে অবর্ণনীয় পৰিস্থিতিৰ। নিয়ম অনুসৰি পুৱা ১০ বজাত আধাৰ কেন্দ্ৰ খুলিব লাগে। তাৰ বাবে কেন্দ্ৰবােৰৰ সন্মুখত মাজনিশাৰ পৰাই দূৰদূৰণিৰ পৰা অহা লােকে দীঘলীয়া শাৰী পাতে। ইয়াৰ ফলত সৃষ্টি হােৱা ভিৰ নিয়ন্ত্ৰণৰ বাবে বিভিন্ন কেন্দ্ৰত দিনটোত সম্পন্ন হ’বলগীয়া আধাৰ পৰীক্ষাৰ সম্ভাব্য এক হিচাপ আগতীয়াকৈ উলিয়াই তাৰ ভিত্তিত শাৰী পতা লােকসকলক টোকেন দিয়ে । সেই টোকেন যিয়ে লাভ কৰিব পাৰে তেওঁলােকৰহে সেইদিনা আধাৰৰ তথ্য পৰীক্ষা কৰা হয় । গতিকে এদিনত অতি বেছি ২০ৰ পৰা ৩০ জন লােককহে টোকেন দিয়া হয় ।

ইয়াৰ ফলত বিমুখ হ’বলগীয়া হয় শাৰী পতা শ শ লােক। উভতি যােৱা লােকৰ সংখ্যা বৃদ্ধি হােৱাৰ ফলত সেইসকলে আধাৰ নম্বৰ কেতিয়ালৈ লাভ কৰিব তাৰ কোনাে নিশ্চয়তা নাই। অথচ বহু লােকে গাঁঠিৰ ধন ভাঙি দিনৰ পাছত দিন ধৰি মাজ নিশাতে আধাৰ কেন্দ্ৰৰ আগত শাৰী পাতি আহিছে। কৰনাৰ সময়ত চৰকাৰে যিবােৰ স্বাস্থ্য বিধি নিৰ্ধাৰণ কৰিছে সেইবােৰাে কেন্দ্ৰবােৰৰ সন্মুখত মুকলিকৈ উলংঘা হৈছে । কাৰণ সাধাৰণ ৰাইজৰ বাবে এই আকালৰ দিনত কৰ’নাৰ ভয়তকৈও প্রয়ােজন হৈছে চৰকাৰী সা-সুবিধাৰ । সেয়েহে কোলাত কেঁচুৱা লৈ মাজনিশাৰ পৰা শাৰী পতা মহিলাৰাে অভাৱ হােৱা নাই কেন্দ্ৰবােৰ সন্মুখত ।

এনে ভিৰৰ সুযােগ লৈ সৃষ্টি হৈছে দালালৰো । আনকি আধাৰ কেন্দ্ৰত থকা একাংশ লােকেই তেনে দালালগিৰিত লিপ্ত হৈছে । যি সময়ত আধাৰ নম্বৰ লাভৰ বাবদ ৰাইজে কোনাে মূল্য ভৰিব নালাগে সেই সময়তাে দালালৰ ওচৰত তুলি দিবলগীয়া হৈছে পাঁচশ-এহেজাৰ টকা পর্যন্ত; কিন্তু এনে অভিযােগৰ পয়ােভৰ সত্ত্বেও দালালৰাজ বন্ধ কৰাত চৰকাৰে এই পর্যন্ত কোনাে ব্যৱস্থা গ্ৰহণ কৰা নাই।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Aadhar CardAssam
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d