Samsungয়ে স্মাৰ্টফোন বক্সৰ পৰা আঁতৰাই দিব পাৰে চাৰ্জাৰ আৰু এয়াৰফোন

RTX72LXP 5f9918ae25fa7

■ Samsung Galaxy 21নতুন মডেলৰ স্মার্টফোনৰ স’তে ইউএছবি চাৰ্জাৰ আৰু এয়াৰফোন অন্তৰ্ভুক্ত নকৰাৰ কথা বিবেচনা কৰিছে কোম্পানীয়ে ।
■ যদি এয়া হয়, Appleৰ পাছতে Samsung দ্বিতীয়টো স্মার্টফোন হ’ব, য’ত এইসমূহ অন্তৰ্ভুক্ত নহয়।
■ Galaxy S21 ৰ পৰা ইউএছবি চার্জাৰ আৰু এয়াৰফোন আঁতৰোৱাৰ সিদ্ধান্ত লোৱা হৈছে Aplleয়ে লোৱা সিদ্ধান্তৰ দৰে একে কাৰণতে।
■ Applleয়ে ঘোষণা কৰিছিল যে, ফোনৰ বক্সৰ পৰা পাৱাৰ এডাপ্টৰ আঁতৰাই কোম্পানীয়ে ২ মিলিয়ন মেট্ৰিক টন কাৰ্বন নিঃসৰণ কৰিব পাৰিব, যিটো বছৰি ৪৫০,০০০ খন গাড়ীৰ পৰা কৰা অপসাৰণৰ সমতুল্য।

Exit mobile version