Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

চন্দ্ৰত পানী আছে পেঞ্চিলৰ সমান কোটি কোটি সৰু গাঁতত

publisher by publisher
October 29, 2020
in News, world
Reading Time: 1 min read
0
চন্দ্ৰত পানী আছে পেঞ্চিলৰ সমান কোটি কোটি সৰু গাঁতত
8
SHARES
82
VIEWS
ShareShareShareShare

অনুমান কৰাতকৈও চন্দ্ৰত অধিক পানী জমা হৈ আছে। ইতিপূর্বে এই বিষয়ত থকা ধাৰণাৰ বৃহৎ পৰিৱৰ্তন হােৱাৰ তথ্য শেহতীয়াকৈ পােহৰলৈ আহিছে। পৃথিৱীৰ উপগ্ৰহটোত পানীৰ সন্ধান লাভ কৰা হৈছিল যদিও নতুন তথ্য অনুসৰি পূর্বে
কৰা ধাৰণাতকৈ বহু অধিক হ’ব পাৰে এই জলভাণ্ডাৰ।

ADVERTISEMENT

ই ভৱিষ্যতে চন্দ্ৰত উপস্থিত হ’বলগীয়া মহাকাশচাৰীসকলৰ বাবেও শুভবার্তা কঢ়িয়াই আনিছে। মার্কিন মহাকাশ গৱেষণা প্রতিষ্ঠান নাছাৰ দ্বাৰা এই কথা জনােৱা হৈছে। দুটাকৈ গৱেষণাৰ ভিত্তিত এই নতুন দিশটো পােহৰলৈ আহে। এই গৱেষণা অনুসৰি চন্দ্ৰত সূৰ্যৰ পােহৰেৰে আলােকিত হৈ থকা অংশতাে পানীৰ সন্ধান লাভ কৰা হৈছে।

RelatedPosts

আকাশৰ পৰা হেৰাই যাব জোনবাই!

কৃত্ৰিম উপগ্ৰহৰ ভিতৰত সংঘৰ্ষৰ আশংকা মহাকাশত

এতিয়াও সক্রিয় হৈ আছে চন্দ্রযান-২!

প্ৰথমবাৰৰ বাবে চন্দ্ৰৰ উক্ত অংশত পানী থকাৰ তথ্য পােহৰলৈ আহিছে। নাছাৰ ষ্ট্রেটোস্ফেৰিক অৱজাৰভেটৰি ফৰ ইনফ্লাৰেড এষ্ট্ৰোন’মি আৰু ছােফিয়াস্থিত টেলিস্ক’পত এই জলভাণ্ডাৰৰ সন্ধান লাভ কৰা হয় । নেছাৰ এষ্ট্রেন’মিত প্রকাশিত এই নতুন গৱেষণা সম্পর্কে টুইট কৰি নাছাই জনাইছে যে ছােফিয়া টেলিস্ক’পৰ সহায়ত চন্দ্ৰত সূৰ্যৰ পােহৰ পৰা অংশত পানীৰ সন্ধান লাভ কৰা হৈছে।

বিজ্ঞানীসকলে অনুমান কৰা মতে সম্ভৱতঃ পানীৰ ভাণ্ডাৰ ভূগৰ্ভৰ তলত আছে। এই পানী পেন্সিলৰ আকাৰতকৈও সৰু সৰু গাঁতত জমা হৈ আছে। কেইটামান দশক পূর্বে চন্দ্ৰত পানী নাই বুলি অনুমান কৰা হৈছিল। ভবা হৈছিল চন্দ্রপৃষ্ঠ একেবাৰে শুকান, কিন্তু যােৱা প্ৰায় এটা দশকৰ পৰা হােৱা বহুকেইটা আৱিষ্কাৰৰ পাছত এই ধাৰণা সলনি হয়। নতুন সন্ধানত চন্দ্ৰত পানীৰ সন্ধান লাভ কৰা হয়; কিন্তু এইবাৰ সমগ্ৰ ধাৰণাটোৰেই পৰিৱৰ্তন হ’ল বুলি কব পাৰি।

প্রকৃততে প্রথম অৱস্থাত বিজ্ঞানীসকলে পানী আৰু ‘হাইড্রক্সিল’ৰ মাজত থকা পার্থক্যক বুজিব পৰা নাছিল। হাইড্রক্সিল এনে এক অণু যাৰ মাজত অক্সিজেন-হাইড্রজেনৰ একোটাকৈ পৰমাণু থাকে। নতুন গৱেষণাই প্রমাণ কৰা অনুসৰি চন্দ্ৰত সূৰ্যৰ পােহৰ পৰা অংশত আণৱিক আকাৰত পানীৰ সন্ধান পােৱা গৈছে। এই গৱেষণাৰ অন্যতম গৱেষক কেচি হনিবলে জনােৱা অনুসৰি সম্ভৱতঃ এই পানীক তৰল পানী, শ্বাস-প্রশ্বাসৰ উপযুক্ত অক্সিজেন অথবা ৰকেটৰ ইন্ধন হিচাপেও ব্যৱহাৰ কৰিব পৰা যাব।

ফলত চন্দ্ৰলৈ যােৱাসকলক এই আৱিষ্কাৰে ব্যাপকভাৱে সহায় কৰিব । গৱেষণাৰ পৰা অহা আৰু অধিক তথ্য অনুসৰি চন্দ্ৰৰ মেৰু অঞ্চলটো সৰু সৰু গাঁতৰ ভিতৰত বৰফৰ ৰূপত পানী থাকিব পাৰে । এনে অংশত কেতিয়াও সূৰ্যৰ পােহৰ নপৰে। ইয়াৰ পূর্বে ২০১৯ত চন্দ্ৰৰ দক্ষিণ মেৰুত গাঁতৰ ভিতৰত পানী থকাৰ সন্ধান লাভ কৰা হৈছিল।

কিন্তু শেহতীয়া গৱেষণাত বিজ্ঞানীসকলে পানী থকা কোটি কোটি ক্ষুদ্র গাঁতৰ সন্ধান লাভ কৰিছে। গৱেষকসকলে অনুমান কৰা মতে চন্দ্ৰৰ বিস্তাৰিত অংশত পানী থকাটোও অসম্ভৱ নহয়। চন্দ্ৰক লৈ হৈ থকা গৱেষণাবিলাকৰ ভিতৰত এই আৱিষ্কাৰক অত্যন্ত গুৰুত্বপূর্ণ হিচাপে গণ্য কৰা হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: MoonNASASOFIA
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d