Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    এছিয়ান গেমছত ভাৰতৰ তৃতীয়টো স্বৰ্ণ জয়

    এছিয়ান গেমছত ভাৰতৰ তৃতীয়টো স্বৰ্ণ জয়

    পাঁচমহীয়া শাসনত দশমবাৰলৈ ঋণ ল’ব হিমন্ত বিশ্ব চৰকাৰে

    মহানগৰীৰ হোমষ্টেত যুৱতীৰ মৃতদেহ উদ্ধাৰ

    মহানগৰীৰ হোমষ্টেত যুৱতীৰ মৃতদেহ উদ্ধাৰ

    সাত দিনৰ ভিতৰত মধ্যপ্ৰাচ্যত যুদ্ধবিৰতিৰ ইৰানৰ প্ৰস্তাৱ নাকচ ট্ৰাম্পৰ, পুনৰ তেহৰানত বোমা আক্ৰমণৰ হুংকাৰ

    বিশিষ্ট লেখক তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ভুৱন চন্দ্ৰ বৰাৰ বিয়োগ

    খাৰৈ নৈ পাৰ হৈ বিদ্যালয়লৈ শিক্ষাৰ্থী

    খাৰৈ নৈ পাৰ হৈ বিদ্যালয়লৈ শিক্ষাৰ্থী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

কৃত্ৰিম উপগ্ৰহৰ ভিতৰত সংঘৰ্ষৰ আশংকা মহাকাশত

শেহতীয়াকৈ নাছাক সতৰ্ক কৰিলে চীনে: পৰিৱৰ্তন কৰিব কক্ষপথ

publisher by publisher
November 13, 2025
in News, Space
Reading Time: 1 min read
0
কৃত্ৰিম উপগ্ৰহৰ ভিতৰত সংঘৰ্ষৰ আশংকা মহাকাশত
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

NASA discovers the smallest planet in the universe:বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বকনিষ্ঠ গ্ৰহৰ সন্ধান লাভ ‘নাছা’ৰ

Plastic biskut:ক্ষুধা নিবাৰণ কৰিব প্লাষ্টিকৰ বিস্কুটে !

Elon Musk SpaceX Rocket Crashes in Moon: ইলন মাস্কৰ ৰকেটৰ আঘাতত ৬০ ফুটৰ গাঁত চন্দ্রপৃষ্ঠত

NASA:✒️প্ৰথমবাৰৰ বাবে চীনে নাছাক এটা কথা পোনপটীয়াকৈ জনালে। চীনে জনাইছে যে তেওঁলোকৰ ছেটেলাইট বা কৃত্রিম উপগ্ৰহসমূহৰ মাজত মহাকাশত সংঘৰ্ষৰ আশংকা ঘনীভূত হৈছে আৰু তেওঁলোকে সেই পৰিস্থিতিৰ পৰা হাত সাৰিবলৈ এটা কক্ষপথ পৰিৱৰ্তন বা মেনুভাৰ কৰিবলৈ সাজু হৈছে। ইয়াক মহাকাশ সহযোগিতাৰ ক্ষেত্ৰত এক গুৰুত্বপূর্ণ তথা নজিৰবিহীন ঘটনা বুলিয়ে একাংশ বিশেষজ্ঞই ধাৰণা কৰিছে।

ADVERTISEMENT

অলপতে ছিডনীত অনুষ্ঠিত আন্তর্জাতিক মহাকাশ সম্মিলনৰ এক বৈঠকত আমেৰিকাৰ মহাকাশ গবেষণা সংস্থা নাছাৰ স্পেচ ছাষ্টেইনবিলিটী ডিৰেক্টৰ এলভিন ড্রিউরে এই তথ্য সদৰী কৰে। তেওঁ জনায় যে ইমান দিনলৈকে মহাকাশত যেতিয়াই নাছা আৰু চীনৰ কৃত্রিম উপগ্ৰহসমূহৰ মাজত সম্ভাব্য সংঘর্ষই দেখা দিছিল, তেতিয়াই নাছাই চীনা মহাকাশ সংস্থাক জনাইছিল, ‘আমাৰ সন্দেহ হৈছে যে সংঘৰ্ষৰ সম্ভাৱনা আছে, সেয়ে আমি পথ পৰিৱৰ্তন কৰিম, আপোনালোক স্থিৰ হৈ থাকক।’ অথচ এইবাৰ ঘটিল বিপৰীত ঘটনা।

ড্রিউৱে কয়, ‘পহিলা অক্টোবৰত চীনৰ ৰাষ্ট্ৰীয় মহাকাশ সংস্থা (চিএনএছএ)ই আমাৰ স’তে যোগাযোগ কৰি জনায় যে তেওঁলোকৰ কৃত্রিম উপগ্ৰহসমূহৰ ভিতৰত কিছু সংযোগকৰণ দেখা গৈছে। তেওঁলোকে কয়, ‘আমি সমস্যাটো চিনাক্ত কৰিছো। আমি নিজেই মেনুভাৰ কৰিম, আপোনালোক স্থিৰ হৈ থাকক।’ এই প্ৰথমবাৰৰ বাবে চীনে এইদৰে নাছাক সতৰ্ক কৰিলে।’

এই ঘটনাটো কেরল প্রযুক্তিগত দিশৰ পৰাই নহয়, কূটনৈতিক আৰু কৌশলগত দিশৰ পৰা তাৎপৰ্যপূৰ্ণ। কাৰণ ইয়েই দেখুৱাই যে চীন এতিয়া এনে এক পর্যায়ত উপনীত হৈছে, য’ত মহাকাশত তেওঁলোকৰ নিজৰ আৰু আনৰ কৃত্ৰিম উপগ্ৰহৰ অৱস্থান পর্যবেক্ষণ আৰু বিশ্লেষণৰ ক্ষমতা- অত্যন্ত উন্নত। এতিয়া তেওঁলোক সম্ভাব্য সংঘর্ষ আগতীয়াকৈ চিনাক্ত কৰা তথা প্ৰতিৰোধমূলক ব্যৱস্থা লোৱাটো সক্ষম। চীনে সাম্প্রতিক বছৰসমূহত মহাকাশত দ্রুতগতিৰে আগুৱাই গৈছে।

দেশখনে আগন্তুক দশকটোৰ ভিতৰতে চন্দ্ৰলৈ মানুহ প্ৰেৰণ কৰা, চন্দ্ৰৰ পৰা নমুনা সংগ্রহ তথা মঙলগ্ৰহৰ পৰা শিল আৰু মাটি সংগ্ৰহৰ পৰিকল্পনা ঘোষণা কৰিছে। চীনৰ নিজস্ব টিয়ানগং স্পেচ ষ্টেচন ইতিমধ্যেই কাৰ্যকৰীভাৱে পৰিচালিত হৈছে আৰু দেশখনে ইয়াৰ সম্প্ৰসাৰণৰ কাম কৰি আছে।

উল্লেখ্য যে সম্প্রতি পৃথিৱীৰ কক্ষপথত কৃত্রিম উপগ্ৰহৰ সংখ্যা দ্রুতগতিৰে বৃদ্ধি পাইছে। আমেৰিকাৰ স্পেচএক্স কোম্পানীয়ে তেওঁলোকৰ ষ্টাৰলিংক কাৰ্যসূচীৰ অধীনত হেজাৰ হেজাৰ ক্ষুদ্ৰ কৃত্ৰিম উপগ্রহ স্থাপন কৰিছে, যিবোৰ বিশ্বৰ ইণ্টাৰনেট নেটৱৰ্ক সৃষ্টিৰ অংশ।

আনহাতে, চীনে তৈয়াৰ কৰিছে নিজস্ব গুঅ’ৱাং আৰু থাউজেণ্ড ছেইলছ নামৰ দুটা বৃহৎ ছেটেলাইট মেগাকনষ্টেলেচন।চীনৰ ২০২২ৰ ‘স্পেচ হুৱাইট পেপাৰ’ত ২০২১ৰ পৰা ২০২৬ পর্যন্ত মহাকাশ উন্নয়ন পৰিকল্পনা দাঙি ধৰা হৈছে। ইয়াত ছেটেলাইট যোগাযোগ, নেভিগেচন, ৰিম’ট ছেন্সিং আৰু মহাকাশ নিৰাপত্তা ব্যৱস্থা উন্নয়নত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে।

কৃত্রিম উপগ্ৰহৰ সংখ্যা যিমানেই বৃদ্ধি পাইছে, সিমানেই ‘স্পেচ ট্রেফিক মেনেজমেন্ট’ বা মহাকাশ যানবাহন নিয়ন্ত্ৰণ আৰু জটিল হৈ পৰিছে। সামান্য ভুল হিচাপ বা অৱহেলাৰ কাৰণে দুটা কৃত্রিম উপগ্ৰহৰ মাজত সংঘর্ষ হ’লে, তাৰ ফলত হেজাৰ হেজাৰ টুকুৰা মহাকাশ আবৰ্জনাৰ সৃষ্টি হ’ব পাৰে, যি ভৱিষ্যতৰ মহাকাশ যাত্ৰাক বিপজ্জনক কৰি তুলিব।

ইপিনে, মহাকাশৰ আবৰ্জনা আঁতৰ কৰাৰো অংগীকাৰ কৰিছে চীনে। চীনা মহাকাশ সংস্থাই জনাইছে যে মহাকাশত ভাসমান আবৰ্জনাবোৰৰ অপসাৰণ তেওঁলোকৰ অন্যতম অগ্ৰাধিকাৰ।

তেওঁলোকে ইতিমধ্যেই এনে প্রযুক্তি নিৰ্মাণ কৰিছে, যি ৰবটিক আর্ম বা নেট ছিষ্টেম ব্যৱহাৰ কৰি পুৰণি কৃত্রিম উপগ্রহ বা ভগ্নাংশ আঁতৰাই পেলাব পাৰিব।

নাছাক নিজা উদ্যোগত আগতীয়াকৈ সতৰ্ক কৰাৰ জৰিয়তে চীনে স্পষ্ট বার্তা দিছে যে দেশখনে কেৱল মহাকাশ প্রতিযোগিতাতেই নহয়, বৰঞ্চ মহাকাশ নিৰাপত্তা আৰু দায়িত্বশীল ব্যৱস্থাপনাৰ ক্ষেত্রতো নেতৃত্ব প্রদর্শন কৰিব বিচাৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: NASASpace
publisher

publisher

Related Posts

বদৰুদ্দিনৰ জৰা-ফুকাৰ ৰাজনীতি এতিয়া আৰু নচলে : নির্বাচনী সভাত অতুল বৰা
Assam

September 26, 2026
জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ন্যায়িক তদন্ত বিচাৰি ন্যায়ালয়ত পিআইএল
India

জ্ঞানেশৰ পদত্যাগৰ দাবীত উত্তাল দেশ
India

জ্ঞানেশৰ পদত্যাগৰ দাবীত উত্তাল দেশ

September 26, 2026
এছিয়ান গেমছত ভাৰতৰ তৃতীয়টো স্বৰ্ণ জয়
News

এছিয়ান গেমছত ভাৰতৰ তৃতীয়টো স্বৰ্ণ জয়

September 26, 2026
পাঁচমহীয়া শাসনত দশমবাৰলৈ ঋণ ল’ব হিমন্ত বিশ্ব চৰকাৰে
Assam

পাঁচমহীয়া শাসনত দশমবাৰলৈ ঋণ ল’ব হিমন্ত বিশ্ব চৰকাৰে

September 26, 2026
মহানগৰীৰ হোমষ্টেত যুৱতীৰ মৃতদেহ উদ্ধাৰ
Assam

মহানগৰীৰ হোমষ্টেত যুৱতীৰ মৃতদেহ উদ্ধাৰ

September 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d