দুঃখবৰ : আজিৰে পৰা ভাৰতত খেলিব নোৱাৰিব পাবজি গেম

pubg

■ আজিৰে পৰা অৰ্থাৎ ৩০ অক্টোবৰৰ পৰা ভাৰতত খেলিব নোৱাৰিব পাবজি গেম ।
■ উল্লেখ্য যে, ২ ছেপ্তেম্বৰত পাবজিকে ধৰি প্রায় ১১৬ টা এপ নিষিদ্ধ কৰিছিল ভাৰত চৰকাৰে । এই নিৰ্দেশৰ পিছতে গুগল প্লে’ ষ্ট’ৰ আৰু এপল এপ ষ্ট’ৰৰ পৰা আঁতৰাই দিয়া হৈছিল PUBG Mobile আৰু PUBG Mobile Lite ।
■ গেমটো নিষিদ্ধ কৰাৰ পাছতো যিসকলৰ মোবাইলত গেমটো আছিল তেওঁলোকে খেলিব পাৰিছিল। কিন্তু দুৰ্ভাগ্যজনক ভাৱে আজিৰে পৰা তেওঁলোকে খেলিব নোৱাৰিব গেমটো।

Exit mobile version