তিনিচুকীয়াত সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঁঞি বৰুৱাৰ প্ৰতিমূৰ্তি উন্মোচন

2b6ec9ba 1e74 44e5 8229 25823257f7dc

তিনিচুকীয়াত উপস্থিত হ’ল অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়া।

সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱাৰ প্ৰতিমূৰ্ত্তি উম্মোচন কৰে অসম সাহিত্য সভাৰ সভাপতি গৰাকীয়ে।

তিনিচুকীয়া শাখা সাহিত্য সভাৰ দ্বাৰা নিৰ্মিত সাহিত্য কাণ্ডাৰী তথা অসম সাহিত্য সভাৰ প্ৰথম জন সভাপতি পদ্মনাথ গোহাঁঞিবৰুৱাৰ প্ৰতিমূৰ্তি তিনিচুকীয়া শাখা সাহিত্য সভা ভৱনৰ সমীপত উন্মোচন কৰা হয় ।

প্ৰতিমূৰ্তি উন্মোচন অনুষ্ঠানত উপস্থিত হৈ মিঞা মিউজিয়ামক লৈও মন্তব্য প্ৰদান কুলধৰ শইকীয়াৰ।

 

Exit mobile version