■ ভিয়েনাত সোমবাৰে এক গুলিচালনাৰ ঘটনাত কমেও এজন লোক নিহত হয় আৰু কে’বাজনো আহত হয়। অষ্ট্ৰিয়ান আভ্যন্তৰীণ মন্ত্ৰীয়ে এই ঘটনাক সন্ত্ৰাসবাদী আক্ৰমণ আখ্যা দিছে ।
■ ভিয়েনা আৰক্ষীৰ মতে বহুলোক ঘটনাত জড়িত থকা বুলি সন্দেহ কৰা হৈছে আৰু ছটা স্থানত ঘটনা সংঘটিত হৈছে ।
■ চেণ্ট্ৰেল ভিয়েনাৰ এক বৃহৎ অংশ ঘেৰাও কৰা হৈছে তথা বহু পৰিমাণে আৰক্ষী নিয়োগ কৰা হৈছে।
ভিয়েনাত গুলিচালনাত নিহত এজন, আহত বহু
-
By publisher

- Categories: News
- Tags: AustriaViennaVienna terror attack
Related Content
WB :'দিদি'ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
By
publisher
May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
By
publisher
May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
By
publisher
May 5, 2026
উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ
By
publisher
May 4, 2026