অৰ্ণৱ গোস্বামীৰ গ্ৰেপ্তাৰক গৰিহণা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ

ojh7lklipzwijlbp 1601946124

ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীৰ গ্ৰেপ্তাৰক গৰিহনা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ

ADVERTISEMENT

একনায়কত্ববাদী শাসনৰ অৱসান ঘটাই,সংবাদমাধ্যমৰ স্বাধীনতাক খৰ্ব নকৰিবলৈ আহ্বান মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ ৷

লগতে মহাৰাষ্ট্ৰ চৰকাৰক অনতিপলমে অৰ্ণৱ গোস্বামীক মুকলি কৰি দিবলৈ আহ্বান কৰে মুখ্যমন্ত্ৰী সোনোৱালে।

Exit mobile version