Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ম্যাদ উকলি যোৱাৰ তাৰিখ নিমিষতে সলনি হৈছে, ম্যাদ উকলি যোৱা মেগী-কুকুৰে-লিমকা বজাৰত বিক্ৰী কৰা হৈছে

    পাঁচ ছেপ্টেম্বৰৰ ভিতৰত নিউ হাৰাঙ্গাজাও ষ্টেচনৰ দুই নম্বৰ লাইন পুনৰ কাৰ্যক্ষম

    Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

    পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

    পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

    ১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

    ১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

    ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Union Agriculture Minister Shivraj Singh Chouhan visits the North East: তিনিদিনীয়া কাৰ্যসূচীৰে উত্তৰ-পূব ভ্ৰমণ কেন্দ্ৰীয় কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহান

অসম, মিজোৰাম আৰু নাগালেণ্ডৰ বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব মন্ত্ৰী গৰাকীয়ে,বিমানকোঠত মন্ত্ৰী চৌহানক উস্ম আদৰণি কৃষিমন্ত্ৰী অতুল বৰা আৰু সাংসদ কামাখ্যা প্ৰসাদ তাচাৰ

publisher by publisher
May 15, 2025
in Assam, News
Reading Time: 2 mins read
0
Union Agriculture Minister Shivraj Singh Chouhan visits the North East: তিনিদিনীয়া কাৰ্যসূচীৰে উত্তৰ-পূব ভ্ৰমণ কেন্দ্ৰীয় কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহান
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

Pranay Bordoloi:আফ্ৰিকা মহাদেশৰ সৰ্বোচ্চ শিখৰ কিলিমাঞ্জাৰো আৰোহণকাৰী প্ৰণয় বৰদলৈক দল- সংগঠনৰ সম্বৰ্ধনা

Heroin seized in Guwahati:সৰিয়হৰ ডুলিতে ভূত !

Artificial flood in Jorabat:এজাক মুষলধাৰ বৰষুণত ডুব গ’ল যোৰাবাট

Union Agriculture Minister Shivraj Singh Chouhan visits the North East:

তিনিদিনীয়া কাৰ্যসূচীৰে উত্তৰ-পূব ভ্ৰমণৰ উদ্দেশ্যৰে বৃহস্পতিবাৰে কেন্দ্ৰীয় কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহান উপস্থিত হয় অসমত ৷ বিমানকোঠত মন্ত্ৰী গৰাকীক উস্ম আদৰণি জনাই কৃষিমন্ত্ৰী অতুল বৰা আৰু সাংসদ কামাখ্যা প্ৰসাদ তাচাই ৷

ADVERTISEMENT

উল্লেখ্য যে,অসম, মিজোৰাম আৰু নাগালেণ্ডৰ বিভিন্ন চৰকাৰী কার্যসূচীত অংশগ্রহণ কৰিব মন্ত্ৰী চৌহানে ৷ ২৯ মে’ৰ পৰা আৰম্ভ হ’বলগীয়া দেশজোৰা ‘উন্নত কৃষি সংকল্প অভিযান’ত অসম সহ আন তিনি ৰাজ্যৰ অংশগ্ৰহণৰ বিষয়েও আলোচনা কৰিব মন্ত্ৰীগৰাকীয়ে ৷

১৫ মে’ৰ পৰা ১৭ মে’লৈ কৰিবলগীয়া ভ্ৰমণৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰী সিঙে অসম, মিজোৰাম আৰু নাগালেণ্ডত বিভিন্ন কার্যসূচীত অংশগ্রহণ কৰিব।

এই ভ্রমণকালত চৌহানে কৃষি, উদ্যান শস্য, পশুপালন আৰু গ্ৰামোন্নয়নৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ কাৰ্যসূচীসমূহ পৰ্যালোচনা কৰাৰ লগতে কেইবাটও প্রকল্প উদ্বোধন কৰিব। তেওঁ একাংশ কৃষক আৰু স্থানীয় অংশীদাৰসকলৰ সৈতে পোনপটীয়াকৈ মত বিনিময় কৰিব।

আনহাতে বৃহস্পতিবাৰে পুৱা ভ্ৰমণৰ প্ৰথম দিনা কেন্দ্রীয় মন্ত্রীচৌহানে মিজোৰামৰ থেনজালত কৃষি মহাবিদ্যালয়ৰ প্ৰশাসনিক আৰু শৈক্ষিক ভৱন উদ্বোধন কৰাৰ লগতে এটি গছপুলি ৰোপণ কৰিব। পিছত বিয়লি তেওঁ নাগালেণ্ডৰ জালুকিত পশু চিকিৎসা বিজ্ঞান আৰু পশুপালন মহাবিদ্যালয়ৰ প্রশাসনিক আৰু শৈক্ষিক ভৱন উদ্বোধন কৰাৰ লগতে কৃষকৰ সৈতে মত বিনিময় কৰিব। ১৬ মে’ অৰ্থাৎ ভ্ৰমণৰ দ্বিতীয় দিনা মন্ত্ৰী সিঙে অসমৰ কৃষিমন্ত্ৰী আৰু স্থানীয় সাংসদসকলৰ সৈতে অসমৰ কাজিৰঙাত এক কার্যসূচীত অংশগ্ৰহণ কৰিব।

ভ্ৰমণৰ তৃতীয় আৰু অন্তিম দিনা অর্থাৎ ১৭ মে’ত মন্ত্ৰী চৌহানে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ (পিএমএৱাই) সম্পৰ্কীয় ৰাজ্যিক পৰ্যায়ৰ কার্যসূচীত অংশগ্রহণ কৰিব। ইয়াৰ পিছত তেওঁ কামাখ্যা মন্দিৰ পৰিদৰ্শন কৰাৰ লগতে পূজা অর্চনা কৰিব।

কেন্দ্রীয় মন্ত্রী শিৱৰাজ সিঙৰ এই ভ্রমণ উত্তৰ-পূব ভাৰতৰ সৰ্বাংগীন উন্নয়নৰ প্ৰতি তেওঁৰ দায়বদ্ধতা, বিশেষকৈ কৃষি, উদ্যান শস্য, পশুপালন আৰু গ্ৰামীণ জীৱিকা সবলীকৰণৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি মন্তব্য কৰে অসমৰ কৃষিমন্ত্ৰী অতুল বৰাই ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Agriculture Miniser Atul boraGuwahatiNorth EastUnion Agriculture Minister Shivraj Singh Chouhan visits
publisher

publisher

Related Posts

ম্যাদ উকলি যোৱাৰ তাৰিখ নিমিষতে সলনি হৈছে, ম্যাদ উকলি যোৱা মেগী-কুকুৰে-লিমকা বজাৰত বিক্ৰী কৰা হৈছে
India

September 2, 2026
পাঁচ ছেপ্টেম্বৰৰ ভিতৰত নিউ হাৰাঙ্গাজাও ষ্টেচনৰ দুই নম্বৰ লাইন পুনৰ কাৰ্যক্ষম
Assam

পাঁচ ছেপ্টেম্বৰৰ ভিতৰত নিউ হাৰাঙ্গাজাও ষ্টেচনৰ দুই নম্বৰ লাইন পুনৰ কাৰ্যক্ষম

September 2, 2026
Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা
Assam

Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

September 2, 2026
পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!
News

পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

September 2, 2026
১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত
International

১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

September 2, 2026
ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ
Assam

ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ

September 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d