কৰিমগঞ্জত জব্দ ৫ কোটি টকাৰ ব্ৰাউন চুগাৰঃ গ্ৰেপ্তাৰ ২জন

Kadapa drugs 1

Actor Navdeep, Co Founder C Space Along With Rakesh Rudravanka - CEO - C Space

কৰিমগঞ্জৰ বদৰপুৰত ৫ কোটি টকাৰ ব্ৰাউন ছুগাৰ জব্দ ।

ব্ৰাউন ছুগাৰ সৰবৰাহত গ্ৰেপ্তাৰ ছব্বিৰ আহমদ আৰু বুৰহান উদ্দিন নামৰ দুজন ব্যক্তি ৷

লগতে আৰক্ষীয়ে জব্দ কৰে এখন বাহন ।

আনহাতে জব্দ কৰা ড্ৰাগছসমূহ কে’বাটাও চাবোনৰ বাগচত ভৰাই আনিছিল ।

Exit mobile version