দিপাৱলী উপলক্ষে ২.৫ লাখ পর্যন্ত ৰেহাই আগবঢ়াইছে হোন্দাই

WhatsApp Image 2020 11 04 at 5.01.40 PM

■ দিপাৱলী উপলক্ষে ক্ৰেতাক আকৃষ্ট কৰাৰ উদ্দেশ্যে হোন্দা কাৰ ইণ্ডিয়াই “দ্য গ্ৰেট হোন্দা ফেষ্ট”ৰ যোগেদি বহু অফাৰ আগবঢ়াইছে ।
■ জাপানৰ গাড়ী নির্মাতাই BS6-Compliant গাড়ীৰ ক্ষেত্ৰত ২.৫ লাখ পর্যন্ত সুবিধা দিছে ।
■ হোন্দাই এই অফাৰত নগদ ৰেহাই, বিনিময় সুবিধা আৰু ৱাৰেন্টি বৃদ্ধি অন্তৰ্ভুক্ত কৰিছে ।
■ Amaze, Amaze Special Edition, WR-V, New City, Jazz আৰু The Civic গাড়ীৰ ৰেহাই আগবঢ়াইছে ।
■ BS6 হোন্দা কাৰৰ এই বিশেষ ৰেহাই ৩০ নৱেম্বৰ পর্যন্ত চলিব ।

Exit mobile version