মহানগৰীৰ বিশাল কংক্ৰিটৰ ঊৰ্ধমুখী অট্টালিকা বোৰ আৰু পাৰ নোপোৱা যান-বাহনৰ শব্দই কেতিয়াবা উশাহ বন্ধ হোৱা সদৃশ সমস্যাৰ সৃষ্টি কৰে । কৃত্ৰিমতা বোৰৰ স’তেই প্ৰায়ে পাৰ কৰিবলগীয়া হয় মহানগৰৰ জীৱন । এনে পৰিৱেশ ৰাজ্যৰ আন আন স্থানতো ক্ৰমান্বয়ে বৃদ্ধি পাইছে । মন কৰক গুৱাহাটীৰ জি এছ ৰোডৰ দৃশ্য।
আকাশৰ বিশাল শূন্যতা আৰু কংক্ৰিটৰ উশাহ বন্ধ হোৱা কৃত্ৰিমতা
-
By publisher
Related Content
JUI State Executive Meeting In Tinsukia:তিনিচুকীয়াত জার্নেলিষ্ট ইউনিয়ন অৱ আছামৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাৰ আয়োজন
By
publisher
November 23, 2024
Apcc President Bhupen Kumar Bora:চামগুৰিত ব্যাপক ৰিগিঙৰ অভিযোগ প্ৰদেশ কংগ্ৰেছ কমিটিৰ
By
publisher
November 23, 2024
Assam Sanmilita Morcha:অসম মিত্ৰজোটৰ প্ৰতিক্ৰিয়া
By
publisher
November 23, 2024
Agp Reaction:সৰ্বস্তৰৰ ৰাইজৰ অভূতপূৰ্ব মতদান এনডিএ-ৰ পক্ষত
By
publisher
November 23, 2024
Diplu Ranjan Sarma won in Samaguri:চামগুৰিৰ বৃহৎ জয়লাভ দিপ্লু ৰঞ্জন শৰ্মাৰ
By
publisher
November 23, 2024