ওদালগুৰিৰ মাজবাটত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ আগমনৰ লগে লগেই বিজেপিৰ বিৰুদ্ধে প্ৰতিবাদ আছাৰ

Screenshot 41

■ ওদালগুৰিৰ মাজবাটত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ আগমনৰ লগে লগেই বিজেপিৰ বিৰুদ্ধে প্ৰতিবাদ কৰে আছাই ।

■ সদৌ আদিবাসী ছাত্ৰ সন্থাই সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ ।

■ জনজাতিকৰণ আৰু চাহ বাগিচাৰ শ্ৰমিকৰ মজুৰি বৃদ্ধি নকৰাৰ বাবে এই প্ৰতিবাদ আছাৰ ।

■ মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মাজবাটত প্ৰৱেশ কৰাৰ লগে লগেই আছাই হাতে হাতে প্লে-কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে ।

■ প্ৰতিবাদৰ মাজেৰে পাৰ হয় মন্ত্ৰীৰ কনভয় ।

■ ড° হিমন্ত বিশ্ব শৰ্মা আৰু ৰঞ্জিত দাসৰ প্ৰৱেশৰ সময়তে বিজেপি গ’ বেক, চাহ বাগিচাৰ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰক, ন এছ টি ন ৰেছ আদি প্লে কাৰ্ড প্ৰদৰ্শন কৰে ।

Exit mobile version