কংগ্ৰেছৰ জোটবন্ধনৰ সিদ্ধান্তৰ সন্দৰ্ভত এ আই চি চিৰ সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিঙে কয় যে-
ADVERTISEMENT
- কংগ্ৰেছৰ জোটবন্ধনৰ সিদ্ধান্ত এ আই চি চিয়ে ল’ব ।
- এনে সিদ্ধান্ত এজন দুজনে বহি লোৱা নহয় ।
- অসমত এনে এখন চৰকাৰ চলিছে য’ত মুখ্যমন্ত্ৰীৰ কথা অন্য মন্ত্ৰীয়ে কয়।
- আগন্তুক নিৰ্বাচন অসমৰ অস্তিত্ব ৰক্ষাৰ নিৰ্বাচন ।