Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

ৰণক্ষেত্ৰত একেলগে আগবাঢ়ি যোৱাৰ সময় হ’ল, বিৰোধী মিত্ৰতাৰ বাৰ্তা দি ক’লে গৌৰৱ গগৈয়ে

publisher by publisher
March 7, 2026
in News, Assam
Reading Time: 1 min read
0
ৰণক্ষেত্ৰত একেলগে আগবাঢ়ি যোৱাৰ সময় হ’ল, বিৰোধী মিত্ৰতাৰ বাৰ্তা দি ক’লে গৌৰৱ গগৈয়ে
2
SHARES
24
VIEWS
ShareShareShareShare

RelatedPosts

পশ্চিমবংগ আৰু অসমৰ বিধানসভা নিৰ্বাচনত মুছলমান সন্দৰ্ভত বিজেপি নেতাসকলে কৰা মন্তব্য সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া কংগ্ৰেছৰ

কামৰূপ মহানগৰত এনডিএৰ অগ্ৰগতি

উৎকণ্ঠা চৰমত! এইবাৰ চৰকাৰ কাৰ?

Congress, Allies Announce Alliance for Assam Assembly Polls:✒️ৰণক্ষেত্রত একেলগে আগবাঢ়ি যোৱাৰ সময় হ’ল। বিহুৰ পূর্বে বিধানসভা নির্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। সেয়েহে সময় যথেষ্ট সীমিত, মাত্র ৩০ দিন। এই ৩০ দিন যথেষ্ট মূল্যবান। এতিয়াৰে পৰা উজনি অসম, নামনি অসম-বৰাক অঞ্চল-পাহাৰীয়া অঞ্চল-বিটিআৰ সকলোতে আমাৰ যৌথ নির্বাচনী প্রচাৰ-সভা অনুষ্ঠিত হ’ব।আমি যৌথ প্ৰচাৰ আৰম্ভ কৰিম।’

ADVERTISEMENT

এইদৰে শুকুৰবাৰে কাষত অজাপ সভাপতি লুৰীণজ্যোতি গগৈ, এপিএইছএলচিৰ সভাপতি জং ইংতি কাথাৰ, চিপিআই (এম)ৰ ৰাজ্যিক সম্পাদক সুপ্রকাশ তালুকদাৰক লৈ বিৰোধী শিবিৰৰ নিৰ্বাচনী মিত্ৰতাৰ বাৰ্তা প্ৰেৰণ কৰিলে অসম প্রদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈয়ে।

বিৰোধীৰ মিত্ৰতাক লৈ বিৰোধী বলয়ৰ বাহিৰে-ভিতৰে বিভিন্ন ধৰণৰ চৰ্চা তথা শাসকীয় বিজেপি বিশেষকৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই বিভিন্ন ধৰণৰ কটাক্ষ কৰি থকাৰ সময়তে আজি গগৈয়ে কয়, ‘ইয়াৰ পূৰ্বেও আমি মিত্রতা, একত্ৰিত হ’ব বিচাৰো বুলি কৈছো যদিও আজিৰ এই সভাৰ জৰিয়তে মই জনাবলৈ বিচাৰো যে পৰৱৰ্তী সময়ত আমি কিছু তাৰিখ, তিথি-সময় বান্ধি যৌথ প্ৰচাৰৰ কাম আৰম্ভ কৰিম।’

তেওঁ পুনৰ কয়, ‘বিৰোধী দলৰ সভাপতিসকলে-প্রতিনিধিয়ে কৈছে যে মিত্ৰতা প্রয়োজনীয়। মানুহৰ মাজত আমি যিদৰে একগোট হৈ প্ৰচাৰ চলাব লাগে সেয়া কৰিবলৈ সক্ষম হোৱা নাই। কাৰণ আমি নিজ নিজ জিলাত সাংগঠনিক ভেটি শক্তিশালীকৰণত ব্যস্ত থকাৰ লগতে ভোটাৰ তালিকা বিশেষ পুনৰীক্ষণৰ কামত দৃষ্টি ৰখা আদিত গুৰুত্ব আৰোপ কৰো। কিন্তু এতিয়া আমি আজি আলোচনা কৰিছো যে একত্ৰিত হৈ মানুহৰ মাজলৈ কথাবোৰ লৈ যাব লাগিব।’

উল্লেখ্য যে ৰাইজৰ দলৰ স’তে কংগ্ৰেছৰ অংক মিলা নাই, মিত্রতা হ’ব নে নহয় তাকে লৈ বিভিন্ন আলোচনা চলি থকাৰ মাজতে কালি গৌৰৱে এইদৰে স্পষ্ট কৰে, ‘আজি আমি মঞ্চত বহি থকা দলকেইটাতকৈ সংখ্যা বৃদ্ধি হোৱাটো বিচাৰো। ইতিমধ্যে আমাৰ কথাবোৰ এতিয়াও ৰাইজৰ দল, চিপিআই, চিপি (এমএল) ৰ চলি আছে। তদুপৰি যিসমূহ দলৰ স’তে আমি একেলগে নির্বাচনী প্ৰচাৰ চলাব পাৰো যেনে ইণ্ডিয়া মিত্রজোটৰ আমাৰ কিছুমান দল আছে, অসমতো যিসমূহৰ ৰাজ্যিক সভাপতি আছে সেইসকলৰ স’তেও আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত আমাৰ আলোচনা অব্যাহত থাকিব।’

সংবাদমেলত অজাপৰ নেতা লুৰীণজ্যোতি গগৈয়ে কয়, ‘আজি আমি চাৰিটা ৰাজনৈতিক দল একত্ৰিত হৈ অসমৰ জনগণক এক স্পষ্ট-শক্তিশালী বার্তা দিব বিচাৰিছো। আমি ২০২৬ৰ বিধানসভা নির্বাচনত সাম্প্রদায়িক বিজেপিক উৎখাত কৰাৰ যাত্ৰাৰ আৰম্ভণি হৈছে। আজিৰে পৰা আমাৰ এই লক্ষ্যৰে ঐক্যবদ্ধ যাত্ৰাৰ আৰম্ভণি হৈছে। পৰৱৰ্তী সময়ত আমাৰ স’তে আলোচনা চলি থকা আন দলসমূহো আমাৰ এই যাত্রাত চামিল হ’ব বুলি আমি আশা কৰিছো।’

তেওঁ কয়, ‘যিবোৰ জাতীয় ইছ্যু, জাতীয় প্রশ্ন আছে, জনগণৰ মৌলিক ইছ্যু, বিগত ১০ বছৰত বিজেপিয়ে চাৰিওফালে দুর্নীতি-ভ্ৰষ্টাচাৰৰে অসমৰ সমাজখনত কিদৰে বিপন্ন কৰিলে, অসমৰ সমাজখনক কিদৰে মূল্যবৃদ্ধি, কৰকাটল বৃদ্ধি কৰি অসমৰ অৰ্থনীতি, অসমৰ জাতীয় জীৱনক ভয়াৱহ ভৱিষ্যতৰ মুখলৈ ঠেলি দিছে এই সমগ্র বিষয়বোৰ লৈ ৰাইজৰ মাজলৈ ঐক্যবদ্ধ ৰূপত যাম। বিজেপিক উৎখাত কৰাৰ, অসমৰ মাটিৰ পৰা চিৰবিদায় দিয়াৰ এই যাত্ৰা অসমৰ ৰাইজৰ সহযোগত শক্তিশালীভাৱে আগবঢ়াই নিব পাৰিম বুলি আশা কৰিছো। তেওঁ কয় যে এই যাত্রা পথত কিদৰে আগবাঢ়িব লাগিব তাৰ বাটো নিৰ্ণয় কৰা হৈছে। ইয়াৰ আধাৰ প্ৰস্তুত কৰা হৈছে। আগন্তুক দিনত এই বিষয়বোৰে পূৰ্ণতা পাব বুলি উল্লেখ কৰি লুৰীণে কয় যে ঐক্যবদ্ধভাৱে তেওঁলোকে অসমৰ জনগণৰ আশা-আকাংক্ষা বাস্তৱত প্রতিফলিত কৰিবলৈ আগবাঢ়ি যাব। একত্রিত হৈ যুঁজিব আৰু বিজেপিক অসমৰ মাটিৰ পৰা উৎখাত কৰিব বুলি কয় লুৰীণে। ইপিনে,

কাথাৰে কয়, ‘আমাৰ প্ৰথম লক্ষ্য হৈছে বিজেপিৰ অপশক্তিক পৰাভূত আৰু নির্মূল কৰা। বিজেপিয়ে আৰএছএছৰ নিৰ্দেশনা মতে চলে আৰু আৰএছএছে মনুসংহিতাৰ কথামতে চলে। -ই আমাৰ বাবে অতি ভয়াৱহ। আমাৰ পাহাৰীয়া অঞ্চলৰ তিনিখন জিলাত যি অৱস্থা চলি আছে সেয়া ইয়াৰ ভৈয়াম অঞ্চলৰ বাসিন্দাই কল্পনাও কৰিব নোৱাৰে। আমাৰ কাৰ্বি আংলঙত বিজেপিৰ বাবে এজন জনজাতীয় শ্রমিকো নোহোৱা হৈছে। আমাক অর্থনৈতিকভাবে-শৈক্ষিকভাৱে, চৰকাৰী চাকৰিত বঞ্চিত কৰা হৈছে। সকলো দিশতে আমাক বঞ্চিত কৰিছে বিজেপিয়ে। এই সকলোবোৰ বিজেপিয়ে কৰিছে আৰএছএছ-মনুসংহিতাৰ মতে। মনুসংহিতা জনজাতি বিৰোধী। সেয়েহে আমি যৌথভাবে যুঁজ দি এই দেশৰ পৰা বিজেপিক আঁতৰাবলৈ চেষ্টা কৰিছো। আমি ঐক্য শক্তিশালী কৰি বিজেপিক আঁতৰাব লাগিবই। ইপিনে, চিপিএমৰ ৰাজ্যিক সম্পাদক তালুকদাৰে কয় যে বিজেপিয়ে কেন্দ্ৰ-ৰাজ্যত ডবল ইঞ্জিন চৰকাৰ বুলি দাবী কৰে। পঞ্চায়ততো তেওঁলোকৰ অধীনতে আছে। তাৰ পাছতো বিজেপি কিয় ইমান শংকিত হৈছে। চৰকাৰৰ পৃষ্ঠপোষকতাত বিজেপিয়ে আশীর্বাদ যাত্রা উলিয়াইছে। কিন্তু কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰাত তেওঁলোকে অগণতান্ত্রিক-স্বৈৰাচাৰীভাৱে বাধা দিলে। তেওঁলোকৰ যিমানে চৰকাৰ নাথাকক কিয়, কর্প’ৰেট গোষ্ঠীৰ কৰ্প’ৰেটৰৰ সমৰ্থন যিমানে নাথাকক কিয়, জনসাধাৰণে কি ভাবি আছে এই কথা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা আৰু বিজেপিয়ে কিছু হ’লেও অনুধাৱন কৰিছে। হয়তো তেওঁলোকে আইবিয়ে খবৰ দিছে যে এইবাৰ বিৰোধী দলৰ প্ৰতি মানুহৰ সমর্থন বৃদ্ধি পাইছে। এটা দলেই যাত্ৰা কৰোতে তেওঁলোকে কিয় বাধা দিলে, গৌৰৱ গগৈক নামঘৰত সোমাওতেও বাধা দিলে। এয়া অসমৰ পৰম্পৰা নহয়। এতিয়া আমি গ্রহণ কৰা ঐক্যবদ্ধৰ প্ৰক্ৰিয়াৰ আজিৰ পৰা শুভ আৰম্ভণি হ’ল।’

তেওঁ কয় যে জুবিন গাৰ্গৰ বাবে আমি ভাৰতৰ আন ৰাজ্যত গৌৰৱান্বিত হওঁ, কিন্তু মুখ্যমন্ত্ৰীৰ সাম্প্ৰতিক ৰাজনীতিৰ বাবে আমি ৰাজ্যৰ বাহিৰত লজ্জিত হওঁ। বাকী দুটা বাঁওপন্থী দল, ৰাইজৰ দলেও এই যাত্রাত থাকিব বুলি তেওঁ আশা প্রকাশ কৰে।

এআইইউডিএফৰ সমৰ্থন লোৱা হিমন্ত বিশ্ব শৰ্মাৰ সুবিধাবাদী ৰাজনীতিৰ ইয়াতকৈ আৰু ডাঙৰ উদাহৰণ নাই

সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত গৌৰৱে কয় যে ঐক্যবদ্ধভাৱে ৰাইজৰ মাজলৈ কেতিয়া যাব সেই দিন, বাৰ, স্থান নির্ধাৰণ কৰা হ’ব। কালি ৰাজ্যসভাৰ নিৰ্বাচনৰ মনোনয়ন দাখিলত তৃতীয়খন আসনত বিজেপিয়ে এআইইউডিএফৰ সমৰ্থন ল’লে বুলি তীব্র আক্ৰমণ কৰি গৌৰৱ কয়, ‘ৰাজ্যসভাৰ তৃতীয়খন আসনত শেষত গৈ এআইইউডিএফৰ সমৰ্থন ল’লে বিজেপিয়ে। হিমন্ত বিশ্ব শৰ্মাৰ সুবিধাবাদী ৰাজনীতিৰ ইয়াতকৈ আৰু ডাঙৰ উদাহৰণ নাই। তেওঁ ইমানদিনৰ পৰা অসমৰ মানুহক এআইইউডিএফক মিঞা, অচিনাকি আদি শব্দ ব্যৱহাৰ কৰি কৈ সমাজৰ মাজত বিভাজনৰ ৰাজনীতি কৰিলে, আজি সেইজনৰ বাবে বদৰুদ্দিন আজমলৰ দল-তেওঁলোকৰ বিধায়ক গ্রহণযোগ্য হ’ল।’

তেওঁ কয়, ‘আজিৰ তাৰিখত অসমৰ বাবে আটাইতকৈ দুর্ভাগজনক কথাটো হ’ল যে আমাৰ ৰাজনীতিত অসমৰ ভৱিষ্যৎ, পাহাৰ অঞ্চলৰ ভৱিষ্যৎ, খিলঞ্জীয়া-জনগোষ্ঠীৰ ভৱিষ্যতক লৈ হোৱা নাই, এজন বিশেষ ব্যক্তিৰ সুবিধাবাদী ৰাজনীতি আৰু তেওঁলোকৰ ব্যক্তিগত স্বাৰ্থৰ বাবে ৰাজনীতি নিম্নগামী হৈছে। যাৰ বাবে আমি ৰাজ্যৰ বাহিৰত লজ্জিত হ’বলগীয়া হৈছে।’ গৌৰৱে কয় যে আজমল মুখ্যমন্ত্রী শৰ্মাৰ বাবে ১০৮। এই কথা পূর্বতেও কৈছিল বুলি উল্লেখ কৰি তেওঁ কয় যে প্রয়োজন হোৱাত মুখ্যমন্ত্রী শর্মাই বন্ধু আজমলক ফোন কৰি নিজৰ মঞ্চলৈ আদৰি আনিলে।

তেওঁ কয়, ‘আশীর্বাদ যাত্রাত তেওঁ নিশ্চয় এই কথাও ক’ব যে আজিৰ তাৰিখত আজমল শত্রু নহয়, আজমল বন্ধু। তেওঁলোকে ভবাৰ দৰে অসমৰ সহজ-সৰল ৰাইজে হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনীতি বুজি নাপায় এনে নহয়। ৰাইজে সকলো কথা বুজি পায়, মাথোঁ চাই আছে। আমি কিদৰে মঞ্চ তৈয়াৰ কৰিছো সেয়া ৰাইজে চাই আছে। আমি সুবিধাবাদৰ ৰাজনীতি-আদর্শ ৰাজনীতি কৰিব বিচাৰো। ৰাইজে কেনে ৰাজনীতি বিচাৰে সুবিধাবাদৰ নে মূল্যবোধৰ সেই সিদ্ধান্ত নিজে ল’ব।’ তেওঁ কয় যে আমি মঞ্চত উপবিষ্ট হোৱা দলসমূহৰ মাজতো আদর্শগত পার্থক্য আছে যদিও অসমৰ বৃহত্তৰ স্বাৰ্থত সকলোৱে এক দৃষ্টিৰে আগবাঢ়িছে। ইপিনে, সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত ৰাইজৰ দলৰ স’তে আলোচনা চলি আছে, বহল ৰূপত ভাল দিশলৈ আগবাঢ়িব বুলিও আশা প্রকাশ কৰে।

আমি প্রত্যাখ্যান কৰিছো তেওঁলোকৰ প্ৰস্তাৱ

গৌৰৱে কয় যে এআইইউডিএফৰ কে’বাগৰাকী বিধায়কে কংগ্রেছলৈ আহিবলৈ বিচাৰিছিল যদিও তেওঁলোকে প্রত্যাখ্যান কৰিছে। তেওঁ কয়, ‘সাম্প্রদায়িক দলটোৰ বিধায়কসকলক আমি গ্রহণ নকৰো বুলি আমি কংগ্রেছ দলে স্পষ্টকৈ জনাই দিছো। কিন্তু তেওঁলোকক বিজেপিয়ে আঁকোৱালি ল’লে। ইপিনে, যোৰহাটত গৌৰৱৰ বিপক্ষে সাধাৰণ পৰিয়ালৰ ল’ৰাক বিজেপিয়ে প্রার্থিত্ব দিব বুলি মুখ্যমন্ত্ৰীৰ ভাষ্য সন্দৰ্ভত প্রশ্ন কৰাত গৌৰৱে কয়, ‘অসমৰ সাধাৰণ ৰাইজে তেওঁক এইবাৰ পৰাস্ত কৰিব। তেওঁ ২৫ বছৰত যিমান সম্পত্তি কৰিবলগীয়া আছিল, কৰি ল’লে। এইবাৰ সাধাৰণ ৰাইজে সিদ্ধান্ত লৈ থৈছে যে তেওঁক ভালদৰে বিদায় দিয়া হ’ব। ইপিনে, সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত লুৰীণজ্যোতিয়ে কয় যে ইউডিএফৰ অক্সিজেন নোলোৱাকৈ বিজেপিয়ে এক মিনিটো থাকিব নোৱাৰে। তেওঁ কয়, ‘কংগ্রেছ থাকোতেও হিমন্ত বিশ্ব শর্মাই সাম্প্রদায়িকতাৰ খেল খেলিছিল। বিজেপিতো ইমানেদিনে তাকে কৰিলে। আজি হঠাৎ অচিনাকি মানুহ চিনাকি হৈ গ’ল।’ তেওঁ কয় যে এআইউডিএফৰ বাবেহে অসমত বিজেপি ইমানদিনে জীয়াই আছে। আজমল যে বিজেপিৰ ইন্ধন সেয়া দেখদেখকৈ প্রমাণ হ’ল বুলি উল্লেখ কৰি লুৰীণে কয়, ‘বিজেপিয়ে জন আশীর্বাদ যাত্ৰা কৰা নাই, জন অভিশাপ যাত্ৰা কৰিছে। বিজেপিয়ে জনজাতীয় মানুহৰ ৪৯ হেজাৰ বিঘা কাঢ়ি লৈছে আৰু আদানী, আম্বানী, ৰামদেৱক গতাই দিছে। হিন্দুত্ববাদৰ কথা কোৱা বিজেপিয়ে গীৰ গাই কেলেংকাৰি কৰিছে। মাটিৰ খাজনা সাতগুণ বঢ়াইছে, য’তে-ত’তে টোলগেট বহাইছে। অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি কৰিছে আৰু খিলঞ্জীয়াৰ অধিকাৰৰ কথা কৈ আজিলৈ অসম চুক্তিৰ ছয় নম্বৰ দফা কাৰ্যকৰী নকৰিলে। ১৬ মে’ত বিদেশীয়ে টালি-টোপোলা বান্ধিব বুলি কৈছিল যদিও টালি-টোপোলা নাবান্ধিলে। জুবিনদাৰ আজিলৈ ন্যায় নিদিলে। এনে এটা দলক জনতাই আশীর্বাদ দিব নে অভিশাপ দিব। জুবিনদাক ন্যায় নিদিয়া বিজেপিয়ে এইবাৰ ইভিএমত জনতাৰ অভিশাপ পাব। উল্লেখ্য যে আজি সংবাদমেলৰ পাছতে সদৌ গোর্খা ছাত্ৰ সন্থাৰ সভাপতি সুনীল ছেত্রীয়ে কংগ্ৰেছত যোগদান কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AllianceCongress
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d