ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীত্ব হেৰুওৱাৰ পাছত এইবাৰ ট্ৰাম্পৰ সংসাৰিক জীৱনত প্ৰভাৱ পৰিছে আৰু বিবাহ বিচ্ছেদৰ সম্ভাৱনাই দেখা দিছে । ব্ৰিটিছ টেবলয়ডত প্ৰকাশ পোৱা এক প্ৰতিবেদনৰ পিছতে সমগ্ৰ বিশ্বতে তোলপাৰ লগাইছে । প্ৰতিবেদনত ট্ৰাম্পৰ প্রাক্তন পত্নী ষ্টাফানি অ’কিফে দাবী কৰা অনুসৰি আমেৰিকাৰ ফাৰ্ষ্ট লেডী মেলেনিয়া ট্ৰাম্পে প্রতিটো পল গণনা কৰিছে । যদি ট্ৰাম্পে পৰাজয় স্বীকাৰ কৰি হোৱাইট হাউচ ত্যাগ কৰে তেন্তে তেওঁলোকৰ ১৫ বছৰীয়া বিবাহিত জীৱনৰ সমাপ্তি ঘটাৰ আশংকা আছে । আনহাতে, পুত্ৰই যাতে ট্ৰাম্পৰ সম্পত্তিৰ সমান অধিকাৰ পায় সেই সন্দৰ্ভত আলোচনা চলি আছে বুলি জনায় মেলেনিয়াই ।
হোৱাইট হাউচ ত্যাগৰ পিছত মেলেনিয়াৰ স’তে বিচ্ছেদ ঘটিব নেকি ট্ৰাম্পৰ : পঢ়ক সবিশেষ
-
By publisher

- Categories: News
- Tags: DONALD TRUMPMelania Trump
Related Content
Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !
By
publisher
March 10, 2026
Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী
By
publisher
March 10, 2026
Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !
By
publisher
March 10, 2026
Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ
By
publisher
March 10, 2026
AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা
By
publisher
March 10, 2026
Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা
By
publisher
March 10, 2026