BPFৰ কাৰ্যকৰী সভাপতি পদৰ পৰা অব্যাহতি ল’ব সাংসদ বিশ্বজিত দৈমাৰীয়ে

WhatsApp Image 2020 11 11 at 2.16.18 PM

BPF ৰ কাৰ্যকৰী সভাপতি পদৰ পৰা অব্যাহতি ল’ব ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে ৷

এই সন্দৰ্ভত ইতিমধ্যে হাগ্ৰামা মহিলাৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে দৈমাৰীয়ে ৷

লগতে কাৰ্যকালত বিশ্বজিত দৈমাৰীক সহায় সহযোগ কৰা সকলো কৰ্মকতাক ধন্যবাদ জ্ঞাপন কৰে সাংসদ দৈমাৰীয়ে।

Exit mobile version