বিগত দিনসমূহতকৈ হ্ৰাস পাইছে দেশত কৰ’নাত আক্ৰান্তৰ সংখ্যা। বিগত ২৪ ঘন্টাত দেশত কৰ’নাত আক্ৰান্ত হৈছে ৪৭,৯০৫ জন। ইয়াৰ লগে লগে কৰ’নাত আক্ৰান্তৰ সংখ্যা ৮৬,৮৩. ৯১৬ লৈ বৃদ্ধি পাইছে। মৃত্যু হৈছে ৫৫০ জন।
ADVERTISEMENT
আনহাতে বিগত ২৪ ঘন্টাত কৰ’নাত আক্ৰান্ত হৈ সুস্থ হৈছে ৫২. ৭১৮ জন ।দেশত কৰ’নাত আক্ৰান্ত হৈ সুস্থ হোৱাৰ সংখ্যা ৮০,৬৬,৫০১জন।আনহাতে এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হৈছে ১,২৪,১২১জন লোক ।
কৰ’নাত আক্ৰান্ত হৈছে সুস্থ হোৱাৰ পৰিসংখ্যা হ’ল ৯২.৮৯ শতাংশ। মৃত্যুৰ পৰিসংখ্যা হ’ল ১.৪৭শতাংশ। কৰ’নাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৪,৮৯,২৯৪ শতাংশ ।ইপিনে বিগত ২৪ ঘন্টাত ১১,৯৩,৩৫৮ জন লোকৰ কৰ’না পৰীক্ষা হৈছে ৷দেশত মুঠ কৰ’নাৰ পৰীক্ষা হৈ ১২,১৯,৬২,৫০৯ জন।