Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Terrible accident on the Delhi-Mumbai expressway in Alwar,Rajasthan:ৰাজস্থানৰ আলৱাৰত দিল্লী-মুম্বাই এক্সপ্ৰেছৱেত ভয়ংকৰ দুৰ্ঘটনা

    বিয়াৰ আনন্দত ‘ডিজে’ৰ তাণ্ডৱ, উচ্চ শব্দত ১৪০টা কুকুৰাৰ মৃত্যু

    ECI suspends ACS officer:সদ্য সমাপ্ত নিৰ্বাচনত VVTত অভাৰলেপিং কৰাৰ অভিযোগত নিলম্বন এচিএছ বিষয়া মনোৰঞ্জন পায়েঙ

    এতিয়াও অবিশ্বাস্য যে জুবিন হেৰাই গ’ল!

    এতিয়াও অবিশ্বাস্য যে জুবিন হেৰাই গ’ল!

    সমীক্ষাত এনডিএৰ প্ৰত্যাৱৰ্তনৰ ইংগিত

    সমীক্ষাত এনডিএৰ প্ৰত্যাৱৰ্তনৰ ইংগিত

    পুৱা ৯-১০ বজাৰ পূর্বে শিক্ষা সেতু এপত উপস্থিতি বাধ্যতামূলক শিক্ষকৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

ৰচীতে সর্পভ্ৰম : ওচৰত বাঘ দেখি ভয়ত পলাল কুকুৰ আৰু বান্দৰৰ দল

publisher by publisher
November 12, 2020
in News
Reading Time: 1 min read
0
ৰচীতে সর্পভ্ৰম : ওচৰত বাঘ দেখি ভয়ত পলাল কুকুৰ আৰু বান্দৰৰ দল
3
SHARES
30
VIEWS
ShareShareShareShare

একেবাৰে সঁচা ৰূপত দেখা এটা খেলনা বাঘ । বাঘ এটা সন্মুখত দেখিলে বান্দৰ আৰু কুকুৰৰ কেনে প্ৰতিক্ৰিয়া হ’ব পাৰে সেয়া নিশ্চয় আপুনি অনুমান কৰিব পাৰিছে । থাইলেণ্ডৰ এজন ইউটিউবাৰে এই সন্দৰ্ভত বনোৱা এটা ভিডিঅ’ সামাজিক মাধ্যমত ব্যাপকভাৱে ভাইৰেল হৈছে।

ADVERTISEMENT

ভিডিঅ’টো যোৱা সপ্তাহত এঞ্জেল নাগা নামৰ ইউটিউবাৰ জনে নিজৰ ইউটিউব চেনেলত আপলোড দিছিল । ৫০ লাখৰ অধিক লোকে চাইছে ভিডিঅ’টো। ইউটিউবৰ বাহিৰেও অন্যান্য সামাজিক মাধ্যমত ব্যাপকভাৱে ভাইৰেল হৈছে ভিডিঅ’টো ।

RelatedPosts

Thailand Spl Marriage:একেখন ৰভাতে দুই বৃদ্ধক বিয়া কৰালে থাই মহিলাই

তেলেঙ্গানাত ইউটিউবাৰ ৰ মৃতদেহ উদ্ধাৰ!

সোমবাৰে ভাৰতলৈ উভতি অহাৰ সম্ভাৱনা গোৱাৰ নাইট ক্লাবৰ দুই কুখ্যাত মালিক

ভিডিঅ’টোত খেলনা বাঘটোক এজন লোকে কাপোৰেৰে ঢাকি ৰাখি তাত থকা বান্দৰক খাবলৈ দিয়া দৃশ্য পৰিলক্ষিত হৈছে । ইয়াৰ পিছত লোকজনে বাঘটোৰ কাপোৰখন উঠাই দিয়ে আৰু হঠাৎ ওচৰত বাঘটো দেখা পাই তাত থকা বান্দৰকেইটাই খাবলৈ এৰি ভয়ত পলায়। সঁচা বাঘ বুলি ভাবি বান্দৰকেইটাৰ মুখত ভয় ভাৱ ফুটি উঠা পৰিলক্ষিত হৈছে । একেই প্ৰতিক্ৰিয়া কুকুৰএটাৰো । চাওক ভিডিঅ’টি –

https://youtu.be/dKWUQilBrU8

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: angel nagaprankThailandyoutuber
publisher

publisher

Related Posts

Terrible accident on the Delhi-Mumbai expressway in Alwar,Rajasthan:ৰাজস্থানৰ আলৱাৰত দিল্লী-মুম্বাই এক্সপ্ৰেছৱেত ভয়ংকৰ দুৰ্ঘটনা
News

April 30, 2026
বিয়াৰ আনন্দত ‘ডিজে’ৰ তাণ্ডৱ, উচ্চ শব্দত ১৪০টা কুকুৰাৰ মৃত্যু
News

বিয়াৰ আনন্দত ‘ডিজে’ৰ তাণ্ডৱ, উচ্চ শব্দত ১৪০টা কুকুৰাৰ মৃত্যু

April 30, 2026
ECI suspends ACS officer:সদ্য সমাপ্ত নিৰ্বাচনত VVTত অভাৰলেপিং কৰাৰ অভিযোগত নিলম্বন এচিএছ বিষয়া মনোৰঞ্জন পায়েঙ
News

ECI suspends ACS officer:সদ্য সমাপ্ত নিৰ্বাচনত VVTত অভাৰলেপিং কৰাৰ অভিযোগত নিলম্বন এচিএছ বিষয়া মনোৰঞ্জন পায়েঙ

April 30, 2026
এতিয়াও অবিশ্বাস্য যে জুবিন হেৰাই গ’ল!
News

এতিয়াও অবিশ্বাস্য যে জুবিন হেৰাই গ’ল!

April 30, 2026
সমীক্ষাত এনডিএৰ প্ৰত্যাৱৰ্তনৰ ইংগিত
News

সমীক্ষাত এনডিএৰ প্ৰত্যাৱৰ্তনৰ ইংগিত

April 30, 2026
পুৱা ৯-১০ বজাৰ পূর্বে শিক্ষা সেতু এপত উপস্থিতি বাধ্যতামূলক শিক্ষকৰ
News

পুৱা ৯-১০ বজাৰ পূর্বে শিক্ষা সেতু এপত উপস্থিতি বাধ্যতামূলক শিক্ষকৰ

April 30, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d