কৰ’নাৰ সংক্ৰমণৰ মাজতে সমগ্ৰ ৰাজ্যবাসীয়ে উদযাপন কৰিব দিপাৱলী । দিপাৱলী উপলক্ষে আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুৱাহাটীৰ কামাখ্যা গেটত মাটিৰ চাকি ক্ৰয় কৰে । লগতে দীপান্বিতাৰ সময়ত থলুৱা সামগ্ৰীৰ ব্যৱহাৰ কৰিবলৈ সকলোকে আহ্বান জনায় ।
দীপান্বিতাৰ সময়ত থলুৱা সামগ্ৰীৰ ব্যৱহাৰ কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ
-
By publisher

- Categories: Assam, India, News
- Tags: AssamSarbananda Sonowal
Related Content
Tragic road accident in Lakhimpur:লখিমপুৰৰ পথালি পাহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা
By
publisher
March 11, 2026
আকস্মিক জটিল সংকট!
By
publisher
March 11, 2026
যুদ্ধ কিমান দিনলৈ? পৰস্পৰ বিৰোধী দাবী আমেৰিকা-ইৰানৰ
By
publisher
March 11, 2026
Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !
By
publisher
March 10, 2026
Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী
By
publisher
March 10, 2026
Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !
By
publisher
March 10, 2026