Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

চন্দন ব্ৰহ্মই অসম চৰকাৰৰ পৰা দৈজিং উৎসৱৰ নামত ১৫ কোটি টকা লৈ মদ জুৱাৰ আড্ডা চলাইছিলঃ হিমন্ত বিশ্ব শৰ্মা

publisher by publisher
November 17, 2020
in Assam, News, Politics
Reading Time: 1 min read
0
চন্দন ব্ৰহ্মই অসম চৰকাৰৰ পৰা দৈজিং উৎসৱৰ নামত ১৫ কোটি টকা লৈ মদ জুৱাৰ আড্ডা চলাইছিলঃ হিমন্ত বিশ্ব শৰ্মা
2
SHARES
21
VIEWS
ShareShareShareShare

চিৰাঙৰ বিজনীৰ বিদ‍্যাপিঠ খেলপথাৰত বিজেপিৰ বিশাল নিৰ্বাচনী জনসভা অনুষ্ঠিত হয় ৷ সভাত উপস্থিত হৈ মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে আজি নিৰ্বাচন আয়োগে বিটিচিৰ পৰিষদীয় নিৰ্বাচনৰ দিন ঘোষণা কৰিলে । দুটা পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া এই নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন ৭ ডিচেম্বৰ ওদালগুৰি আৰু বাক্সা জিলা আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন ১০ ডিচেম্বৰ চিৰাং আৰু কোকৰাঝাৰ জিলাত অনুষ্ঠিত হ’ব। আনহাতে ভোট গণনা হ’ব অহা ১২ ডিচেম্বৰত ৷

ADVERTISEMENT

মন্ত্ৰী ড° শৰ্মাই মিত্ৰ দল বিপিএফক কটাক্ষ কৰি কয় ” আমি বিগত সময়ছোৱাত বিটিচিৰ উন্নয়নৰ বাবে সকলো প্ৰকাৰেই সহায় সহযোগিতা কৰিলো । প্ৰতিবছৰে কোটি কোটি টকা দিয়া হ’ল বিটিচিলৈ । কিন্তু সেই অনুসৰি ক’ত কি উন্নয়ন হ’ল  ? যোৱা তিনিটা বছৰৰ পৰা ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক কৈ আছিল বিটিচিৰ লোক কিদৰে বসবাস কৰি আছে সেয়া জনাৰ দৰকাৰ । গতিকে এতিয়া আমি বিটিচিত সোমাই সকলো জানিব পাৰিলো । বিপিএফ দলে কেন্দ্ৰীয় চৰকাৰৰ পৰা বছৰেকত কোটি কোটি টকা লৈ কি কৰিলে তাৰ কোনো হিচাপ নাই ।”

RelatedPosts

Nagaon:বটদ্ৰৱা থানত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

Piyanka Gandhi Vadra:হিমন্ত বিশ্ব চৰকাৰৰ বিৰুদ্ধে অভিযোগনামা মুকলি প্ৰিয়ংকাৰ

PIL:মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত পি আই এল দাখিল প্ৰাক্তন উপ-ৰাজ্যপাল সহ ১২ গৰাকী বিশিষ্ট ব্যক্তিৰ

“বাট পথৰ কামকে আদি কৰি সকলো আঁচনিৰ ধন আমি দিব লগীয়া হৈছে কিন্ত বিটিচিলৈ অহা ধনেৰে কি কৰিলে ? সকলো ক্ষেত্ৰতে বিপিএফক টকা দিব লাগে টকা নিদিলে কোনো কামেই নহয় । কেন্দ্ৰী তথা ৰাজ্য চৰকাৰৰ আঁচনিৰ নামতো উৎকোচ দিব লাগে ৷ বিপিএফক সেয়ে মই মেকুৰী পাৰ্টী নাম দিছো”এই মন্তব্য মন্ত্ৰী ড° শৰ্মাৰ ৷ গতিকে আৰু মেকুৰীক ভোট নিদিও ৰাইজ । হাগ্ৰামাৰ দুৰ্নীতিৰ ভিচিডিচি ডাণ্ডা মাৰি খেদিব লাগিব আৰু অহা ২০ বা ২২ তাৰিখে বিটিচিলৈ অহা টকাৰ হিচাপ দিম বুলিও কয় হিমন্তই ।

লগতে মন্ত্ৰী ড° শৰ্মাৰ মন্তব্য, “সকলো টকাৰ হিচাপ দিব লাগিব । এইবাৰ নিৰ্ব্বাচনত ৰাইজে হিচাপ বিচাৰি জবাব দিব বিপিএফক । হাগ্ৰামাই কয় হিমন্ত আৰু ৰঞ্জিত দাসক বিটিচিত সোমাব দিব নালাগে । এই বিটিচি তেওঁৰ বাবাৰ বিটিচি নেকি ? বিটিচি ভাৰতৰ,বিটিচি অসমৰ । ইয়াত সকলোৰে অধিকাৰ আছে আৰু থাকিব। আজি কি অৱস্থা । চন্দন ব্ৰহ্মই দৈজিং উৎসৱ পাতিলে । মই দিনত আহিলো, হেলিকপ্টাৰ দেখিলো , নাচ গান দেখিলো । নিশা ঘৰত গৈ চাও মদ আৰু জুৱাৰ আড্ডা পাতিছে চন্দনে। দৈজিং পাতিবলৈ অসম চৰকাৰে ১৫ কোটি টকা দিছিল বুলি স্পষ্ট ভাৱে কয় বিত্ত মন্ত্ৰী হিমন্তই। এই ১৫ কোটি টকাৰে চন্দন ব্ৰহ্মই দৈজিং পতা নাই মদ আৰু জুৱাৰ আড্ডা পাতিছে বুলি কয় হিমন্তই।

আমাৰ ডেকাচামৰ জীৱন এটা এটাকৈ ধ্বংস কৰি আছে । পঢ়িশুনি বিটিচিত কি হ’ব বিটিচিত ল’ৰা ছোৱালীয়ে মেধাৰ ভিত্তিত চাকৰি নাপায়। হাগ্ৰামাৰ পকেটত থকা তালিকা মতেহে চাকৰি হয় বুলি কয় মন্ত্ৰীজনে । হাগ্ৰামাৰ পকেটৰ তালিকা মতে নচলিব এতিয়াৰ পৰা । বিজেপিয়ে সকলো ঠিক কৰিব । এতিয়া কিছু দল সংগঠনে হিমন্তৰ মিটিঙত যাব নালাগে বুলি বাধা দিয়ে । কিন্তু হাগ্ৰামাৰ দালালি কিয় কৰিছে । কা বিৰোধে আন্দোলনত বাঙালিসকলৰ লগত আমিহে আছিলো বুলি কয় । আজি নিৰ্বাচনত হাগ্ৰামাই টকা দিলে লওঁক ভোট বিজেপিক দিয়ক বুলি কয় হিমন্তই । কাৰণ ৰাইজৰ টকাহে দুৰ্নীতিৰে পকেটত সুমুৱাইছিল হাগ্ৰামা-চন্দনে। সেই টকা ৰাইজৰ সেয়ে লওক ।

অহাবাৰ বিজনী বিধান সভাতো বিজেপিয়ে দখল কৰিব। বিটিচিৰ পৰিৱৰ্তনৰ বাবে আমি কাৰো সৈতে মিত্ৰতা নকৰো । আমাৰ চৰকাৰে বিটিআৰ চুক্তি কৰিলে ইয়াৰ দ্বাৰা বিটিচিৰ পৰা ৰাইজে বিচাৰিলে গাঁও কৰ্তন আৰু অন্তৰ্ভুক্তি হ’ব। অসমত কোনো বিভাজন নহ’ব । একেখন অসমত সকলোৱে থাকিব লাগিব এই চুক্তিমতে । বিটিচি চুক্তিৰে চন্দন ব্ৰহ্মই যধে মধে গাঁও সুমুৱাইছিল সেই কাম এতিয়া আৰু কৰিব নোৱাৰিব । আজি বিপিএফে আৰক্ষীক ব্যৱহাৰ কৰে । হাগ্ৰামা – চন্দনে পুলিচৰ ভয় দেখুৱাব নোৱাৰিব। ৰাইজৰ লগতহে পুলিচ থাকিব লাগিব। যোৱাবাৰ বিপিএফৰ এমচিএলএ জয়ী নোহোৱা বাবে আমাৰ এক মাত্ৰ বিজেপিৰ এমচিএলএ নাগ্ৰীজুলিৰ পৰা জয়ী হ’ল যদিও কোনো ক্ষমতা নিদিলে তেওঁক । এই মন্তব্য মন্ত্ৰী ড° শৰ্মাৰ।

ৰাজনৈতিকভাৱে বহুতে বহু কথা কয় আমি কাকো হত্যা কৰাৰ কথা ভাবিব নোৱাৰো । কিন্ত বিটিচিত ৰাজনৈতিক হত্যা হয় । ৰাইজক বিপিএফে ন্যায় নিদিলে । বিপিএফ সকলোৰে শত্ৰু । ৰাজনৈতিক হত্যা কৰা হ’ল লাফিকুলক । আমি এইবাৰ চিবিআইক অনুৰোধ কৰিছো লাফিকুল হত্যাৰ সকলো ৰাজহুৱা কৰাৰ বাবে । যাতে সকলোৱে গম পায় লাফিকুলৰ হত্যাকাৰী বিটিচি নিৰ্বাচনৰ দুমাহৰ ভিতৰত প্ৰকাশ কৰাৰ বাবে । বিটিচিত ৰাজনৈতিক হত্যাৰ তথ্য পোহৰলৈ আহক বুলি কয় হিমন্তই । আমি কিছু কথা ৰাজনীতিৰ উৰ্ধত গৈ চিন্তা কৰোঁ । হাগ্ৰামাক ভয় কৰাৰ দিন গ’ল । ৰামো নাই অযোধ্যাও নাই । আপোনালোকে সাহসেৰে নিজৰ পছন্দৰ লোকক ভোট দিব পাৰিব বুলি কয় মন্ত্ৰী হিমন্তই ।

সভাত ৰাজ্যিক বিজেপিৰ সভাপতিজনেও নিজৰ ভাষণত বিপিএফ দলক কঠোৰ সমালোচনা কৰে । তেওঁ কয় যে বিপিএফৰ সৈতে আৰু কোনো মিত্ৰতা নহয় । বিধান সভা নিৰ্বাচনতো বিজেপি দলে অকলেই নিৰ্ব্ৱাচনত প্ৰতিদন্দিতা কৰিব।

বিটিচি নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই আৰম্ভ হৈছে প্ৰতিটো ৰাজনৈতিক দলৰে নিৰ্বাচনী কুচকাৱাজ। এই বাৰ বিটিচি নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীয়ে বিটিচিত চৰকাৰ গঠন কৰাৰ উদ্দেশ্যত বিজেপি দলে টঙালি বান্ধিছে। আজি বিজনী বিদ্যাপীঠ খেল পথাৰত ১৯ নং থুৰিবাড়ীৰ পৰিষদীয় সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী অভিৰাম মহানায়কৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে মন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই। লগতে উপস্থিত থাকে বিজেপি দলৰ অসমৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস,সাংসদ তথা ৰাষ্ট্ৰিয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া , সাংসদ তথা ৰাজ্যিক সাধাৰণ সম্পাদক পল্লব লোচন দাস , আক্ৰাছুৰ প্ৰাক্তন সভাপতি তথা কোচ ৰাজবংশী জাতীয়া মহাসভাৰ সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়, ১৯ নং থুৰিবাড়ী পৰিষদীয় সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী অভিৰাম মহানায়ক আৰু বিজেপি দলৰ বিজনীৰ কৰ্মকৰ্তাসকল।আজিৰ এই বিজেপি দলৰ জনসভাত ভাৰতীয় গণ পৰিষদ দলৰ পৰা অহা অজয় ৰায়ৰ নেতৃত্তত প্ৰায় এশ জন মানুহ লৈ বিজেপি দলত যোগদান কৰে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: BTC ElectionCHIRANGHimanta Biswa Sarma
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d