Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য

    ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য

    দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম

    আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

    আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

    দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

    দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

    উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

কেপটাউনৰ উপকূলত দৈত্যকায় স্কুইড

publisher by publisher
November 18, 2020
in News, world
Reading Time: 1 min read
0
কেপটাউনৰ উপকূলত দৈত্যকায় স্কুইড
4
SHARES
42
VIEWS
ShareShareShareShare

সাধাৰণতে শিহৰণকাৰী গল্পৰ কিতাপৰ পৃষ্ঠাত এনে ধৰণৰ ছবি দেখিবলৈ পোৱা যায় । কেতিয়াবা টিভিৰ পৰ্দাতো দেখিবলৈ পোৱা যায়; কিন্তু সাগৰৰ পাৰত দৌৰিবলৈ গৈ চকুৰ সন্মুখতে দেখিবলৈ পোৱাটো অতিকৈ বিৰল ঘটনা । তেনে এক বিৰল ঘটনাই হ’ল দক্ষিণ আফ্ৰিকাৰ কেপটাউনত । সাগৰৰ উপকূলত দেখিবলৈ পোৱা গ’ল এটি দৈত্যকায় ‘স্কুইড’ ।

ADVERTISEMENT

ইয়াৰ পাছত এজন মানুহৰ বাবে আৰু ভয়ানক একো হ’ব নোৱাৰে । অৱশ্যে এনেদৰে কিছু সময় পাৰ কৰাৰ পাছত লোকজনে নিজকে স্থিৰ কৰি ম’বাইল ফোনৰ কেমেৰাত বন্দী কৰে ধূসৰ গোলাপী ৰঙৰ স্কুইডটোক । সাগৰীয় প্ৰাণীৰ খাদ্যৰ তালিকাত স্কুইড এক লোভনীয় আহাৰ; কিন্তু খাদ্য হিচাপে গ্ৰহণ কৰা স্কুইডৰ লগত এই দৈত্যকায় স্কুইডটোৰ সাদৃশ্য নাই । সাগৰৰ পাৰৰ প্ৰায়বিলাক খাদ্যৰ দোকানতে সৰু আকাৰৰ স্কুইডবিলাকক আকৰ্ষণীয়ভাৱে পৰিবেশন কৰা হয় ।

RelatedPosts

Tiger : ভাৰতলৈ আহিব আৰু ১২ টা চিতা, দক্ষিণ আফ্ৰিকালৈ উৰা মাৰিলে বায়ুসেনাৰ বিমান

আফ্ৰিকাত ভয়ংকৰ পথ দুৰ্ঘটনা

Kruger National Park: ৰাজকীয় মেজাজত ৰাস্তাত চাৰিটা সিংহ,কিন্তু কত ?

পৰ্যটকসকলৰ বাবে ই অতিকৈ আকৰ্ষণীয় তথা সুস্বাদু খাদ্য । কিন্তু শীতৰ বতৰত দক্ষিণ আফ্ৰিকাৰ সাগৰৰ পাৰত এনে এটা ভয়ংকৰ জলজ প্ৰাণীক দেখাৰ পাছত স্কুইডৰ সুৱাদ পাহৰি যোৱাৰ উপক্ৰম হ’ব সকলোৰে । কেপটাউনত দেখিবলৈ পোৱা স্কুইডটোৰ সবাতোকৈ দীঘল শুৰডালৰ দৈৰ্ঘ্য ১৪ ফুটতকৈও অধিক । এই শুৰডালেৰেই নিজৰ ফালে টানি আনে চিকাৰ ।

তদুপৰি শৰীৰৰ গোলাপী ৰঙেৰে চিকাৰক আকৰ্ষণ কৰে । এনে আকৰ্ষণত বহু সময়ত মানুহো বন্দী হৈ পৰে । প্ৰাণী বিজ্ঞানী অৱেন ফ্লোৰেন্স কেপটাউইনৰ স্কুইডটোক দেখাৰ পাছত কয়, ‘এনে দৈত্যকায় স্কুইডৰ বয়স একৰ পৰা ডেৰ বছৰ হয় । সেই হিচাপত শিশু বুলিয়ে ক’ব পাৰি । খাদ্যৰ সন্ধানতে আহি এনেদৰে স্কুইডটো উপকূললৈ অহাৰ সন্দেহ কৰা হৈছে ।

স্কুইডে অতীতৰে পৰা নিজক ৰক্ষা কৰিবলৈ সক্ষম হৈছে । কে’বাশ কোটি বছৰ ধৰি পৃথিৱীৰ বিৱৰ্তনৰ লগত যুদ্ধ কৰি নিজৰ প্ৰজাতিক ৰক্ষা কৰিবলৈ সক্ষম হৈছে স্কুইডে ।’ এনে ধৰণৰ জলজ প্ৰাণীৰ ওপৰত সবাতোকৈ অধিক গৱেষণা হয় দক্ষিণ আফ্ৰিকাতেই । দেশখনৰ উপকূলত স্কুইডৰ বাহিৰেও অন্যান্য মেৰুদণ্ড নথকা প্ৰাণী অধিক হাৰত পোৱা যায় ।

সেয়েহে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা দক্ষিণ আফ্ৰিকালৈ অধিক হাৰত প্ৰাণী বিজ্ঞানীৰো আগমন হয় । অৱশ্যে চলিত বৰ্ষত কৰ’না সংক্ৰমণৰ আশংকাত আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা বন্ধ থকাত পূৰ্বৰ দৰে প্ৰাণী বিজ্ঞানীৰ আগমন হোৱা নাই । এনে কাৰণত দৈতৰ দৰে স্কুইডটোৰ ছবি দেখাৰ পাছতো আহিব নোৱাৰা প্ৰাণী বিজ্ঞানীসকলে আক্ষেপ প্ৰকাশ কৰিছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Cape TownGiant squidSouth Africa
publisher

publisher

Related Posts

বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য
Assam

April 30, 2026
ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য
Assam

ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য

April 30, 2026
দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম
News

April 29, 2026
আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত
News

আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

April 29, 2026
দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য
News

দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

April 29, 2026
উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা
News

উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

April 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d