কামাখ্যা মন্দিৰত সোণৰ গম্বুজ মুকলি ৷
ADVERTISEMENT
ৰিলায়েন্স ইণ্ডাষ্ট্ৰীৰ স্বত্তাধিকাৰীৰ মুকেশ আম্বানি আৰু নীতা আম্বানিয়ে মন্দিৰৰ এই সোণৰ কাৰুকাৰ্য কৰি দিছে ৷
কামাখ্যাত মন্দিৰৰ পূৰ্বৰ কলচিৰ ওপৰত সোণৰ প্ৰলেপ দিয়া হৈছে।
ইয়াৰ কাৰণে প্ৰয়োজন হৈছে ১৯ কেজি সোণ।
এই সোণ বহন কৰিছে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীয়ে ৷
আজি অনুষ্ঠিত আয়োজিত অনুষ্ঠানত মুকলি হয় সোণৰ গম্বুজ ।