কৰ’না সংক্ৰমণঃহোম আইছ’লেছনত আছে বলীউডৰ অভিনেতা ছলমান খান

WhatsApp Image 2020 11 19 at 6.57.05 PM

বলীউডৰ জনপ্ৰিয় অভিনেতা চলমানে খান সম্প্ৰতি কোৱাৰেন্টাইনত আছে ৷দৰাচলতে ভাইজানৰ এজন ড্ৰাইভাৰৰ দেহত কৰ’না পজিটিভ ধৰা পৰাৰ পাছতে এতিয়াৰে পৰা ১৪ দিনলৈ হোৱা চেল্ফ আইচ’লেশ্যনত থকাৰ সিদ্ধান্ত লয় ছলমান খানে ৷

আনহাতে চলমান খানৰ কেৱল এজন গাড়ী চালকৰ শৰীৰতে নহয় আন দুজন কৰ্মচাৰীৰ দেহতো কৰ’না ভাইৰাছ ধৰা পৰিছে ৷

ইয়াৰ পিছত ছলমান খানৰ লগতে তেওঁৰ পৰিয়ালৰ সকলোৱে কৰ’নাৰ পৰীক্ষা কৰাইছিল যদিও তেওঁলোকৰ ফলাফল নিগেটিভ আহিছে।

ইপিনে কৰ’না মহামাৰীয়ে সমগ্ৰ বিশ্বতে সন্ত্ৰাসৰ সৃষ্টি কৰিছে ৷ সকলো ভেকচিন প্ৰস্তুতকাৰী কোম্পানীয়ে ইয়াৰ ভেকচিন উদ্ভাৱনৰ বাবে কাম কৰি আছে।ইতিমধ্যে বলীউডৰ একাংশ অভিনেতা অভিনেত্ৰী বৰ্তমানলৈ কৰ’নাত আক্ৰান্ত হৈছে ।

Exit mobile version