●প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দেহাবসান
●গুৱাহাটীৰ চিকিৎসা মহাবিদ্যালয় হাস্পাতালত সোমবাৰে বিয়লি ৫.৩৪ বজাত শেষ নিশ্বাস ত্যাগ কৰে মন্ত্ৰীগৰাকীয়ে
●জিএমচিএইচৰ পৰা পুষ্পসৰজিত বাহনেৰে তৰুণ গগৈৰ নশ্বৰ দেহ অনা হৈছে চৰকাৰী আৱাসগৃহলৈ
●ইয়াৰ পাছতে বিয়লি ৪বজাত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নশ্বৰ দেহ পাঞ্জাৱৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰলৈ লৈ যোৱা হ’ব
●তেওঁৰ শেষ ইচ্ছা অনুযায়ী মৃতদেহ নিয়া হ’ব নামঘৰ ,,মছজিদলৈ
●২৬ নৱেম্বৰত শেষ কৃত্য সম্পন্ন কৰা হ’ব তৰুণ গগৈৰ
●
চৰকাৰী বাসভৱনৰ দিশে তৰুণ গগৈ নশ্বৰ দেহ কঢ়িওৱা পুষ্পসজ্জিত বাহন। পথৰ দুয়োকাষে গুণমুগ্ধৰ ভিৰ।
