আহিন মানেই যেন শৰতৰ আগমন । শেষ ৰাতি সৰা নিয়ৰে দিছে চেঁচা অনুভৱ । আৰম্ভ হৈছে শীতকাল । আজি ৰাজ্যজুৰিত বৃদ্ধি পাইছে ঠাণ্ডাৰ প্ৰকোপ।পুৱাৰে পৰা ঠেঁটুৱে লগা জাৰত কঁপিছে মহানগৰবাসী।ঠাণ্ডাৰ প্ৰকোপৰ পৰা ৰক্ষা পাবলৈ দিনতে পৰিধান কৰিছে জেকেত চুৱেটাৰ । আজি মহানগৰীত তাপমাত্ৰাৰ পৰিমাণ ২৪ডিগ্ৰী চেলচিয়াছলৈ নিম্নগামী হৈছে। ৰাজ্যৰ ঠায়ে ঠায়ে দেখিব পোৱা গৈছে একাংশই ঠাণ্ডাৰ বতৰত দোকানত বহি লৈছে গৰম চাহৰ জুতি।বতৰ বিজ্ঞানীৰ মতে ,২৪নৱেম্বৰৰ পৰা ১ডিচেম্বৰলৈকে শীতমাত্ৰাৰ পৰিমাণ থাকিব ২৯ডিগ্ৰী চেলছিয়াছ ।
শীতৰ আৱহত ৰাজ্যবাসী
-
By publisher

Related Content
উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
By
publisher
April 28, 2026
Sonam Raghuvanshi's bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
By
publisher
April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
By
publisher
April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স'তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
By
publisher
April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
By
publisher
April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
By
publisher
April 28, 2026