বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ অন্তৰ্গত এক নং ৰছুলপুৰ গাঁৱৰ কে’বাটাও গ্ৰাম্য পথ বিগত বানপানীৰ সময়ত ছিঙি যোৱাত ব্যাহত হৈ পৰিছে যাতায়ত ব্যৱস্থা। সোনাপুৰ-ৰুভি গাঁও পঞ্চায়তৰ ধনেৰে নিৰ্মাণ কৰা বালিকুৰিৰ পৰা ৰছুলপুৰলৈ যোৱা পথত থকা কালভাৰ্ট বানপানীত উটাই নিয়াৰ ফলত ব্যাহত হৈ পৰিছে জৰুৰী কালীন সেৱাসমূহ। ফলত অঞ্চলটোলৈ কোনো এম্বুলেঞ্চ বা অগ্নিনিৰ্বাপক বাহন যাতায়ত কৰিব পৰা নাই । সেয়েহে কান্ধত তুলি অনা নিয়া কৰিব লগা হয় ৰোগীক । অতি গুৰুত্বপূৰ্ণ এই পথেৰে দৈনিক শ শ ৰাইজে যাতায়ত কৰে যদিও স্থানীয় জনপ্ৰতিনিধিসকলে কোনো ধৰণৰ কাণসাৰ দিয়া নাই বুলি অভিযোগ উত্থাপন কৰিছে ৰাইজে। শীঘ্ৰেই পথটো মেৰামতি কৰি দিবলৈ চৰকাৰ তথা প্ৰশাসনক দাবী জনাইছে ৰাইজে।
কলগাছিয়াৰ ৰছুলপুৰত জৰাজীৰ্ণ পথে জলাকলা খুৱাইছে ৰাইজক
-
By publisher

Related Content
Minister Atul Bora:গোলাঘাট জিলাৰ অৰুণোদয়-৩.০ৰ সফল ৰূপায়ণৰ সন্দৰ্ভত দুই মন্ত্ৰীৰ বৈঠক
By
publisher
February 22, 2025
State Bjp SpL Meeting:ঝুমইৰ বিনন্দিনী' অনুষ্ঠান আৰু এডভাণ্টেজ আছাম ২.o প্ৰস্তুতি সন্দৰ্ভত ৰাজ্যক বিজেপিৰ বিশেষ প্ৰস্তুতি সভা
By
publisher
February 22, 2025
App Assam Pressmeet:প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ 'আপ'ৰ প্ৰতিক্ৰিয়া
By
publisher
February 22, 2025
Farah Khan:হোলি চাপ্ৰীৰ উৎসৱ’, ফাৰহাৰ মন্তব্যত ধর্মীয় আৱেগত আঘাতৰ অভিযোগ, দাখিল এফআইআৰ
By
publisher
February 22, 2025
New Mega City: এটা অট্টালিকাত নিৰ্মাণ কৰা হৈছে এখন পূৰ্ণাংগ চহৰ !
By
publisher
February 22, 2025