গুজৰাট উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক এখন নতুন ক’ভিড-১৯ৰ নিয়মাৱলী প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়ে। মাস্ক পৰিধান নকৰা লোকে ক’ভিড চেন্টাৰত কৰিব লাগিব সামূহিক সেৱা । আদালতৰ নিয়ম উলংঘা কৰা লোকে ক’ভিড চেন্টাৰত চাৰি-পাঁচ ঘণ্টাকৈ ১৫দিন কৰিব লাগিব কাম । চেন্টাৰত কৰিব লগা কাম সমূহ হ’ব ক্ৰমে এনেধৰণৰ চেণ্টাৰ সমূহ চাফ-চিকুণ কৰা, ৰন্ধা-বঢ়া ,ৰেকৰ্ডসমূহ তৈয়াৰ কৰা আৰু লগতে তথ্যসমূহ সংগ্ৰহ কৰা। এই কাৰ্যসমূহ বয়স, যোগ্যতা আৰু লিঙ্গ অনুযায়ী নিৰ্ধাৰণ কৰা হ’ব ।
গুজৰাটত ক’ভিড-১৯ৰ নতুন নিয়মাৱলী
-
By publisher

Related Content
উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
By
publisher
April 28, 2026
Sonam Raghuvanshi's bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
By
publisher
April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
By
publisher
April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স'তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
By
publisher
April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
By
publisher
April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
By
publisher
April 28, 2026