●নিছান মেগনাইটৰ প্ৰাৰম্ভিক মূল্য ৪.৯৯ লাখ ।
●চাৰিটা কি ট্ৰিম উপলব্ধ হ’ব গাড়ীখনত – XE, XL, XV Upper আৰু XV Premium.
●২০টা ভিন্ন মানত শ্ৰেণীবদ্ধ কৰা হ’ব কি ট্ৰিম
●নিছান মেগনাইটত থাকিব CVT-সহ ১.০ লিটাৰ টাৰ্ব’চাৰ্জদ পেট্ৰ’ল ইঞ্জিন ।
●যিসকল গ্ৰাহকে XV বা XV Premium ক্ৰয় কৰিব তেওঁলোকে বিজ্ঞাপনত দেখুওৱা বিকল্প ‘Tech Pack’ লাভ কৰিব ।
ADVERTISEMENT