Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য

    ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য

    দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম

    আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

    আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

    দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

    দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

    উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

কুকুৰৰ বিৰুদ্ধে অভিযান

publisher by publisher
December 3, 2020
in News
Reading Time: 1 min read
0
কুকুৰৰ বিৰুদ্ধে অভিযান
12
SHARES
117
VIEWS
ShareShareShareShare

 কুকুৰতকৈ বিশ্বস্ত কোনাে নাই। যুগ যুগ ধৰি কুকুৰে নিজৰ বিশ্বস্ততাৰ লগতে প্রভু ভক্তিৰ নিদর্শন দাঙি ধৰি আহিছে। ছ’চিয়েল মিডিয়াত ‘ভাইৰেল হােৱা কেবাখনাে ছবিয়ে পুনৰ প্ৰদৰ্শন কৰিছে এই দিশটোৰে। মালয়েছিয়াৰ এটা চৰকাৰী বিভাগৰ ফেচবুক পৃষ্ঠাত ভাইৰেল হােৱা ছবিকেইখন প’ষ্ট কৰা হৈছিল, ছবিকেইখনত দেখিবলৈ পােৱা অনুসৰি নিজে বিপদৰ সন্মুখীন হােৱাৰ সময়তাে পথত এজন লােকক সম্পূর্ণভাৱে নিৰাপত্তা প্রদানেৰে আগুৰি ধৰি ৰৈ আছে কেবাটাও কুকুৰে। দেশখনৰ কাজাং চহৰৰ বিভিন্ন পথত সন্ধিয়াৰ পৰা মাজনিশা পর্যন্ত কুকুৰ ধৰাৰ অভিযান চলােৱা হৈছিল।

ADVERTISEMENT

এই অভিযানৰ কে’বাখনাে ছবি প’ষ্ট কৰা হয়। ইয়াৰে এখন ছবিয়ে স্পষ্ট ৰূপত প্রকাশ কৰিছিল সম্পূর্ণ ঘটনাটো। ছবিত স্পষ্ট ৰূপত দেখিবলৈ পােৱা গৈছে কুকুৰ ধৰিবলৈ স্থানীয় কাজাং পৌৰসভাৰ কর্মী আগবাঢ়ি যােৱাটো। কুকুৰবিলাকে খালী শৰীৰত এটা মাত্র হাফপেন্ট পৰিধান কৰি শুই থকা এজন লােকক আগুৰি ধৰি ৰৈ আছে। অনুমান কৰা মতে, তেওঁলােকৰ পালক স্বৰূপ লােকজনক ধৰি নিবলৈ অহা বুলি ধৰি লৈছিল কুকুৰকেইটাই। সেয়েহে পালকক পৌৰসভাৰ কৰ্মীসকলৰ পৰা ৰক্ষা কৰাৰ উদ্দেশ্যে প্ৰতিৰােধী ভংগিমাৰে নামি পৰিছিল কুকুৰকেইটাই।

RelatedPosts

উত্তৰপ্ৰদেশত পথকুকুৰ সমস্যা নিয়ন্ত্ৰণত চৰকাৰৰ বৃহৎ পদক্ষেপ

মানুহৰ দৰেই নিশা উজাগৰে থাকি নানা সমস্যাৰ কথা ভাবে কুকুৰে

বিতৰ্কৰ মাজতে পুনৰ পথৰকুকুৰৰ আক্ৰমণ! 

সন্মুখত বিপদৰ উমান পােৱাৰ পাছতাে আঁতৰি যােৱা নাছিল কুকুৰকেইটাই; কিন্তু শেষ পর্যন্ত ৰক্ষা নহ’ল কুকুৰকেইটাৰ। পৌৰসভাৰ কৰ্মীয়ে আটাইকেইটা কুকুৰকে এটা সময়ত আবদ্ধ কৰি লৈ যায়। ফেচবুক পৃষ্ঠাত জনােৱা অনুসৰি উক্ত নিশা মুঠতে ২০টা পথত কাজং পৌৰসভাই কুকুৰ ধৰাৰ বাবে অভিযান চলাইছিল। ফেচবুকত ছবি ভাইৰেল হােৱাৰ পাছত বিভিন্নজনে এই বিষয়ত মন্তব্য কৰে। এনে মন্তব্যত পৌৰসভাৰ বাবে ইয়াতকৈয়াে বহু অধিক গুরুত্বপূর্ণ কাম থকাৰ প্রতি আঙুলিয়াই দিয়া হয়। বহুজনে মন্তব্যত কয় যে কুকুৰৰাে নিজৰ মতে জীৱন যাপন কৰাৰ অধিকাৰ আছে। কুকুৰৰ অধিকাৰ মানুহৰ স্বাৰ্থত খর্ব কৰাটো কেতিয়াও উচিত পদক্ষেপ হ’ব নােৱাৰে। সেয়েহে কুকুৰবিলাকক পথৰ পৰা ধৰি নিয়াটোক কেতিয়াও মান্যতা দিব নােৱাৰি।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: dogMalaysia
publisher

publisher

Related Posts

বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য
Assam

April 30, 2026
ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য
Assam

ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য

April 30, 2026
দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম
News

April 29, 2026
আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত
News

আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

April 29, 2026
দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য
News

দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

April 29, 2026
উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা
News

উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

April 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d