●ডালিমৰ বিভিন্ন ঔষধিগুণ আছে । ১৫০গ্ৰাম ডালিমত পোৱা যায় প্রায় তিনি গ্ৰাম প্ৰ’টিন আৰু ৩০শতাংশ ভিটামিন
●শৰীৰটো সুস্থ ৰাখিবলৈ হজম ক্ষমতাৰ প্ৰয়োজন আৰু দিনে প্রায় এটাকৈ ডালিম খালে হজম শক্তি ঠিকে থাকে
●ডালিম খালে হৃদযন্ত্র আৰু ৰক্তচাপৰ সমস্যা নহয়
●পেটৰ বিভিন্ন সমস্যাৰ বাবে ডালিমৰ ব্যৱহাৰ অতিকৈ উপকাৰী
●ডালিমে স্মৃতি শক্তি বঢ়োৱাত সহায় কৰে
●লিভাৰ ,চুলি ,দাঁত আৰু হিমগ্লবিনৰ লগতে বিভিন্ন বেমাৰৰ প্ৰতিৰোধ এই ডালিম
●ডালিমত ভিটামিন C ভিটামিন বি1 ভিটামিন বি2 ভিটামিন বি3 ভিটামিন বি 5 ভিটামিন বি6 আৰু ভিটামিন কে পোৱা যায়
●ডালিমৰ লগতে ডালিমৰ গছৰ পাততো থাকে ঔষধি গুণ
●নাকৰ পৰা তেজ ওলোৱা সমস্যা থাকিলে ডালিমৰ পাত গুৰি কৰি যদি নাকত দিয়া হয় তেতিয়া সেই সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি
●কাহ আৰু কিদনিৰ কাৰণেও ডালিমৰ শিপা অতি উপকাৰী
বিভিন্ন গুণ সম্পন্ন আৰু স্বাস্থ্যৰ বাবে উপকাৰী ডালিম
