ঔষধি গুণযুক্তৰে ভৰপূৰ এবিধ ফল আমলখি

amla 517

●আমলখিৰ আন এটা নাম অমৃত ফল
●আমলখি ভিটামিন C সমৃদ্ধ
●কমলাত থকা ভিটামিন C তকৈ আমলখিত পোৱা যায় ২০শতাংশৰো অধিক ভিটামিন C
●আমলখিত বহুত পৰিমাণে পোৱা যায় এন্টিঅক্সিডেন্ট আৰু পোষক তত্ব
●আমলখিত থকা ভিটামিন C য়ে চুলি সৰা কম কৰে,চুলি দীঘল কৰে আৰু চুলি পকা কম কৰে
●আমলখিত থকা এন্টি’অক্সিডেণ্টে মগজু সুস্থ কৰি ৰখাত সহায় কৰাৰ লগতে স্মৃতি শক্তি বৃদ্ধি কৰাত সহায় কৰে
●আমলখিত বেক্টেৰিয়াৰোধী গুণ আছে সেইবাবে আমলখিয়ে দাঁতক বেক্টেৰিয়াৰ পৰা বচায় দাঁত সুস্থ কৰি ৰাখে
●আমলখিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায় আৰু উশাহ নিশাহৰ সমস্যাৰ লগতে পুৰণা কাহ,আদি ভাল কৰাত সহায় কৰে
●আমলখিত প্ৰচুৰ মাত্ৰাত পোৱা যায় ফাইবাৰ আৰু ফাইবাৰ পাচন প্ৰক্রিয়াৰ বাবে খুবেই ভাল সেয়ে আমলখিয়ে পেটৰ সকলো সমস্যা ,গেষ্ট্ৰিক ডায়েৰীয়া ভাল কৰাটো সহায় কৰে
●আমলখিৰ ব্যৱহাৰে ছাল নিমজ,উজ্বল,সতেজ কৰি ৰাখে
●দৃষ্টি শক্তি বৃদ্ধি কৰাটো সহায় কৰে অমৃত ফলে

Exit mobile version