মুণ্ডামালাত অচিনাক্ত বাহনৰ খুন্দাত থিতাতে নিহত দম্পতী । বাইকত নিজ ঘৰ মানিকবন্দলৈ গৈ থাকোঁতে পাথাৰকান্দি বাইপাছৰ সম্মুখত সংঘটিত হৈছে দুৰ্ঘটনা ।থিতাতে মৃত্যু হৈছে পাথাৰকান্দি আৰক্ষী থানাৰ মহিলা আৰক্ষী টিনা চৰাই আৰু তেওঁৰ স্বামী লিংগি শ্বেখ চৰাইৰ ।দুৰ্ঘটনা সংঘটিত কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে অচিনাক্ত বাহনে ।
পাথাৰকান্দিত ভয়ংকৰ পথ দুৰ্ঘটনা
-
By publisher

- Categories: Assam, India, News
- Tags: Assambike AccidentPatharkandi
Related Content
Delhi Airport:দিল্লী বিমানবন্দৰত দুই শতাধিক যাত্ৰী থকা ছুইছ বিমানত অগ্নিকাণ্ড
By
publisher
April 26, 2026
Guwahati Press Club:গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত পাঞ্জা চেম্পিয়নশ্বিপ ২০২৬'ৰ সফল সমাপ্তি
By
publisher
April 26, 2026
Uttar Pradesh Firing incident:উত্তৰ প্ৰদেশৰ বুলণ্ডশ্বহৰ খুৰজা নগৰৰ এটা জীমত গুলীচালনাৰ ঘটনা
By
publisher
April 26, 2026
Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পলৈ গুলীচালনা
By
publisher
April 26, 2026