ইউ কে আৰু বাহৰেণৰ পিছত এইবাৰ ভাৰতত উপলব্ধ হব কৰ’নাৰ ভেকচিন

115547701 gettyimages 1229654243

ড্ৰাগছ্ কণ্ট্ৰ’লাৰ জেনেৰেলে ভেকচিন প্ৰয়োগৰ অনুমতি প্ৰদান কৰিলে ভাৰতক । ফাইজাৰ ইণ্ডিয়াই চাৰি ডিচেম্বৰত ভেকচিন ব্যৱহাৰৰ বাবে অনুমতি বিচাৰি আবেদন কৰিছিল । ইউ কে আৰু বাহৰেণৰ পিছত এইবাৰ ভাৰতত উপলব্ধ হব কৰ’নাৰ ভেকচিন  আৰু বাহৰেণত ইতিমধ্যে ব্যৱহাৰ হৈছে কৰ’নাৰ ভেকচিন mRNA ।

ইতিমধ্যে বুধবাৰে ব্ৰিটেইনতো ভেকচিনৰ ব্যৱহাৰৰ বাবে অনুমতি প্ৰদান কৰে । চৰকাৰে জনোৱা অনুসৰি, আগন্তুক এসপ্তাহৰ পৰা সমগ্ৰ ব্ৰিটেইনত ভেকচিনৰ এই কাৰ্য্যসূচী আৰম্ভ কৰা হ’ব। গৱেষণা অনুসৰি পোৱা ফাইজাৰ বায়’এণ্টিকৰ ভেকচিন কোনো ধৰণৰ পাৰ্শ্বপ্ৰতিক্ৰিয়া নোহোৱাকৈ ৯০ৰ পৰা ৯৫ শতাংশ কাৰ্যকৰী হ’ব। এই কার্যসূচী হ’ব অগ্ৰাধিকাৰী ভিত্তিক ।

Exit mobile version