কিছুদিনৰ আগতে শ্বুটিং চলি থকাৰ সময়তে অসুস্থ হৈ পৰিছিল দিব্যা তাৰ পাছতে মুম্বাইৰ এখন হাস্পাতালত ভৰ্তি কৰোৱা হৈছিল । অভিনেত্ৰী গৰাকীৰ দেহত পোৱা গৈছিল কৰ’না পচিটিভ । তাৰ পাছৰে পৰা ক্ৰমে দেহৰ অৱনতি ঘটিব ললে দিব্যাৰ । যোৱা ১১দিনৰ পৰা জীৱন আৰু মৃত্যুৰ স’তে যুঁজি আছিল দিব্যা ।অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানি আজি পুৱা তিনি বজাত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতা দিব্যা ভাটনাগৰে
টিভি চিৰিয়েলৰ জনপ্ৰিয় অভিনেত্ৰী দিব্যা ভাটনাগৰৰ দেহাৱসান
-
By publisher

- Categories: India, News
- Tags: ActressDivya Bhatnagarindia
Related Content
Minister Atul Bora:গোলাঘাট জিলাৰ অৰুণোদয়-৩.০ৰ সফল ৰূপায়ণৰ সন্দৰ্ভত দুই মন্ত্ৰীৰ বৈঠক
By
publisher
February 22, 2025
State Bjp SpL Meeting:ঝুমইৰ বিনন্দিনী' অনুষ্ঠান আৰু এডভাণ্টেজ আছাম ২.o প্ৰস্তুতি সন্দৰ্ভত ৰাজ্যক বিজেপিৰ বিশেষ প্ৰস্তুতি সভা
By
publisher
February 22, 2025
App Assam Pressmeet:প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ 'আপ'ৰ প্ৰতিক্ৰিয়া
By
publisher
February 22, 2025
Farah Khan:হোলি চাপ্ৰীৰ উৎসৱ’, ফাৰহাৰ মন্তব্যত ধর্মীয় আৱেগত আঘাতৰ অভিযোগ, দাখিল এফআইআৰ
By
publisher
February 22, 2025
New Mega City: এটা অট্টালিকাত নিৰ্মাণ কৰা হৈছে এখন পূৰ্ণাংগ চহৰ !
By
publisher
February 22, 2025