বোকাজানৰ বাঘজানত ভয়ংকৰ পথ দুৰ্ঘটনা

WhatsApp Image 2020 12 07 at 6.25.33 PM

■ ৩৯ নং ৰাষ্ট্রীয় ঘাইপথত ট্ৰাক আৰু টাটা চুমুৰ মুখামুখি সংঘৰ্ষ।

■ চুমুখনৰ চাৰিজন যাত্ৰী থিতাতে নিহত, গুৰুত্বৰভাৱে আহত দুজন।

■ গোলাঘাট অভিমুখী ট্ৰাকখনৰ নম্বৰ এএছ ২১ ৭৬৫৪, ডিমাপুৰ অভিমুখী টাটা চুমুখনৰ নম্বৰ এনএল ০৭ টি ০৫২৬

■ নিহত আটাইকেইজন নাগালেণ্ডৰ লংলিং ৰ বাসিন্দা হোৱাৰ লগতে একেটি পৰিয়ালৰ।

■ লংলেং ৰ পৰা ডিমাপুৰলৈ বিয়া খাবলৈ গৈ আছিল আটাইকেইজন।

■ আহত দুজনক বোকাজানৰ প্ৰাথমিক চিকিৎসা কেন্দ্ৰত ভৰ্তি কৰা হৈছে।

■ নিহত ব্যক্তিকেইজন ক্ৰমে প’কছম, আব’ঙ, কান্দাত আৰু য়ঙকাই ।

Exit mobile version