মই কোনো কাৰনত ৰেহাই নিদিও : আঙুৰলতা ডেকা

Screenshot 95

গৌৰীনাথ শিৱমন্দিৰত” আজি অসম দৰ্শন আচনিৰ অধীনত নিৰ্মাণ হবলগিয়া এটি গৃহ আৰু ২০১৭-১৮ বৰ্ষৰ আছুতীয়া পুঁজিৰে নিৰ্মিত গৌৰীনাথ শিৱমন্দিৰৰ এটি নৱনিৰ্মিত সমূহীয়া ভৱন উদ্বোধন কৰি  আঙুৰলতা ডেকাই “বিজনীৰ বিধায়ক কমল সিং নাৰ্জাৰীয়ে কৰা অশ্লীল শব্দকলৈ বটদ্ৰৱা বিধায়িকা আঙুৰলতা ডেকাই মন্তৱ্য কৰে যে, মই কোনো কাৰনত ৰেহাই নিদিম।

“মোক লৈ বিজনীৰ বিধায়ক কমল সিং নাৰ্জাৰীয়ে একেবাৰে অশ্লীল শব্দ প্ৰয়োগ কৰি যি বাক্য নিক্ষেপ কৰিছে, তেওঁ অসমৰ বিধায়কৰ মৰ্জদা লাঘৱ কৰিছে। আৰু পবিত্ৰ বিধানসভাৰ মজিয়া অপবিত্ৰ কৰিছে। তেওঁ কেৱল আঙুৰলতা নহয় ,সমগ্র নাৰী সমাজক অপমান কৰিছে। তেওঁৰ বক্তব্যৰ জড়িয়তে বিজনী বাসীও লৰ্জিত, বিজনীবাসী মহিলা সমাজ লৰ্জিত। এই ধৰনৰ বাক্যই তেওঁৰ একেবাৰে নীচ মানসিকতা পৰিচয় দিছে। মই কোনো কাৰনত ৰেহাই নিদিম। মই যেতিয়ালৈকে পাৰো তেতিয়ালৈ যুঁজিম। তেখেতৰ বিৰোদ্ধে বিহিত ব্যৱস্থা লোৱাৰ বাবে আইনী ভাবে যুজিম।”

Exit mobile version