UDALGURI BTC ELECTION POLL UPDATE

87d27e68 aa74 4fb9 b9fa dd9480ab5198

ওদালগুৰি মহকুমাৰ পাঁচটা পৰিষদীয় সমষ্টিৰ পুৱা ৯:৩০ বজালৈ ভোটদানৰ হাৰঃ

৩৬ হৰিশিঙা সমষ্টিঃ ১৭%
৩৭ ধনশ্ৰী সমষ্টিঃ ১৪%
৩৮ ভৈৰৱকুণ্ড সমষ্টিঃ ১৬%
৩৯ পাঁচনৈ ছেৰফাং সমষ্টিঃ ১৭%
৪০ ৰৌতা সমষ্টিঃ ১৮%

ভোটদানৰ হাৰ গড়ঃ ১৬.৪%

Exit mobile version