UDALGURI_BTC ELECTION UPDATE

hhhhh

Rihan doimary after voting

●পুৱা ৭:৩০ বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া

●ওদালগুৰিৰ গুমগাওঁ প্ৰাথমিক বিদ্যালয়ত ভোটদান কৰিলে গোবিন্দ বসুমতাৰীয়ে

●কাহিবাৰীৰ ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰিলে মন্ত্ৰী ৰিহন দৈমাৰীয়ে

●ওদালগুৰি পুৰণি গৰৈবাৰী প্ৰাথমিক বিদ্যালয় ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰিলে ধনশ্ৰী পৰিষদীয় সমষ্টিৰ তিনিগৰাকী প্ৰাৰ্থী ক্ৰমে ৰাধেশ্বৰী বড়ো(BJP), ফ্ৰেছ মোছাহাৰী(BPF), ৰুজুগৌৰা মোছাহাৰী(UPPL)

●বৰ্তমানলৈ শান্তিৰে ভোটগ্ৰহণ চলি আছে

●কোনো বিক্ষিপ্ত ঘটনা সংঘটিত হোৱা নাই

Exit mobile version